• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাৰ পৰা বাচিবলৈ ভাৰতৰ লগতে ১৪খন দেশৰ যাত্ৰীৰ প্ৰৱেশত নিষেধাজ্ঞা কাটাৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 9, 2020 10:00 pm

1 min read

Qatar

প্ৰতিনিধিত্বমূলক চিত্ৰ

3.8k
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ বিভিন্ন দেশত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোক ধৰা পৰাৰ পিছতে কাটাৰে ৯ মাৰ্চৰ পৰা ভাৰতৰ লগতে আন ১৪ খন দেশৰ নাগৰিকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে।

বিশ্বৰ বিভিন্ন দেশে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতেই কাটাৰেও সাময়িকভাৱে পৰ্যটকৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰে।

কাটাৰে ভাৰতৰ লগতে নিষিদ্ধ কৰা আন দেশ কেইখন হৈছে চীন, ইজিপ্ট, ইৰান, ইৰাক, লেবানন, বাংলাদেশ, নেপাল, পাকিস্তান, ফিলিপাইনছ, দক্ষিণ কোৰিয়া, শ্ৰীলংকা, চিৰিয়া আৰু থাইলেণ্ড।

কাটাৰ এয়াৰৱেছে ইতিমধ্যে ইটালীলৈ অহা যোৱা কৰা সকলো ফ্লাইট সেৱা বন্ধ কৰি দিছে।

দেশখনত যাতে মহামাৰী হিচাপে চিহ্নিত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে এই সিদ্ধান্ত লৈছে।

উল্লেখ্য যে ভাৰতত বৰ্তমানলৈকে ক’ৰ’না ভাইৰাছ আক্ৰান্তৰ সংখ্যা ৪৩ চুইছেগৈ। উত্তৰ প্ৰদেশ, জম্মু কাশ্মীৰ, দিল্লী আৰু কেৰালাৰ এজন এজন লোক নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

চীন, ইটালীৰ লগতে বিভিন্ন প্ৰান্তত এই ভাইৰাছবিধৰ ফলত মৃত্যুমুখত পৰিছে যদিও এই পৰ্যন্ত ভাৰতত মৃত্যুৰ বাতৰি লাভ কৰা হোৱা নাই।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd