DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আৰক্ষীৰ ঘোষণা : সাৰ্বজনিক স্থানত থু পেলালে প্ৰদান কৰা হ’ব শাস্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2020 10:12 am
আৰক্ষীৰ ঘোষণা : সাৰ্বজনিক স্থানত থু পেলালে প্ৰদান কৰা হ’ব শাস্তি

প্ৰতিনিধিত্বমূলক চিত্ৰ

1.1k
VIEWS
Share on FacebookShare on Twitter

চীনৰ য়ুহান চহৰৰ পৰা আৰম্ভ হোৱা ক’ৰ’না ভাইৰাছে বৰ্তমান সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰিছে। ভাৰততো এইবিধ ভাইৰাছে সৃষ্টি কৰিছে আতংকৰ।

দেশৰ প্ৰায়বোৰ ৰাজ্যৰে লোক ক’ৰ’নাত আক্ৰান্ত। ইয়াৰ প্ৰকোপৰ পৰা বাচি যাব পৰা নাই তেলেংগানাও। ৰাজ্যখনত বৃহস্পতিবাৰে নতুনকৈ ১৮ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱৰ বিপৰীতে এজন মৃত্যুমুখত পৰে।

ক’ৰ’নাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি তেলেংগানাৰ মুখ্য চহৰ হাইদৰাবাদৰ ৰাজহুৱা স্থানত থু পেলোৱাত নিষেধাজ্ঞা জাৰি কৰিছে।

হাইদৰাবাদৰ আৰক্ষী আয়ুক্ত আই পি এছ অঞ্জনি কুমাৰে টুইটযোগে কয়, ‍‘সংক্ৰমক ৰোগ কোভিদ-১৯ৰ প্ৰতি লক্ষ্য ৰাখি সাৰ্বজনিক স্থানত থু পেলোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। যদি কোনো লোকে এই আদেশ উলংঘন কৰে তেন্তে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ আৰু ২৬৯ ধাৰাৰ অধীনত শাস্তি বিহা হ’ব’।

Govt has banned spitting at public places in view of infectious disease Covid 19. If any body violates this order he is liable to be punished u/s 188 IPC and 269 IPC (Cognizable offence). Nature of evidence is photography, video graphy, cc tv footage or eye witness.

— Anjani Kumar, IPS (@CPHydCity) April 9, 2020

উল্লেখ্য যে তেলেংগানাত এই পৰ্যন্ত ৪৭১ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু মৃত্যুমুখত পৰিছে ১২ জন লোক।

ৰাজ্যখনত বৰ্তমান ৪১৪ গৰাকী ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ চিকিৎসা চলি আছে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd