• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানৱতাৰ নিদৰ্শন! বৃদ্ধাশ্ৰমত মৃত্যু হোৱা পৰিচয়বিহীন বৃদ্ধাগৰাকীৰ মুখাগ্নি কৰিলে কটনৰ ছাত্ৰ হীৰকে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 24, 2018 7:55 pm
MotherOldAgeHome

মৃত্যু হোৱা বৃদ্ধাগকাৰীক ফটোৰ সৈতে আত্মীয়ক যোগাযোগৰ বাবে আহ্বান জনোৱা অ'ল্ড এইজ হ'মৰ পোষ্টটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
মানৱতাৰ নিদৰ্শনেৰে মাদাৰ অ’ল্ড এইজ হ’ম নামৰ বৃদ্ধাশ্ৰমটোত ২৩ ছেপ্তেম্বৰৰ সন্ধিয়া শেষ নিঃশ্বাস ত্যাগ কৰা কেও-কিছু নোহোৱা বৃদ্ধাগৰাকীৰ মুখাগ্নি কৰিবলৈ আগ বাঢ়ি আহিল কটনৰ এজন ছাত্ৰ হীৰক বৰা। কালি মৃত্যু হোৱা বৃদ্ধাগৰাকীৰ আজি বিয়লি ৩.৩০ বজাত নৱগ্ৰহত অন্ত্যেষ্টিক্ৰিয়া কৰা হয়।
উল্লেখযোগ্য যে ৩ মাহ পূৰ্বে কটনৰ ছাত্ৰ হীৰক আৰু তেওঁৰ কেইগৰাকীমান বন্ধুৱে পাণবজাৰ মহিলা আৰক্ষীৰ সহযোগত মাদাৰ অ’ল্ড এইজ হ’মলৈ নিছিল বৃদ্ধাগৰাকীক।
তেওঁলোকে বৃদ্ধাগৰাকীক অসহায় আৰু অসুস্থ অৱস্থাত গুৱাহাটীৰ পাণ বজাৰ অঞ্চলত উদ্ধাৰ কৰিছিল। তেওঁৰ নাম অনিতা শীল আৰু তেওঁৰ ঘৰ তেজপুৰৰ কুঁহিয়াৰবাৰীত বুলি বৃদ্ধাগৰাকীৰ মুখেৰে জানিব পৰা গৈছিল। এইখিনি প্ৰাথমিক তথ্যৰ বাদে বাঙালী সম্প্ৰদায়ৰ বৃদ্ধাগৰাকীৰ শেষ পৰ্য্যন্ত সঠিক ঠিকনা নোলাল। আনকি কালি মৃত্যু হোৱাৰ পিছতো মাদাৰ অ’ল্ড এইজ হ’ম কৰ্তৃপক্ষই ফেইচবুকত তেওঁৰ আত্মীয় বা চিনাকি কোনোবা আছে যদি যোগাযোগ কৰিবলৈ আহ্বান জনাইছিল। তাৰ পিছতো কোনো নোলাল দুৰ্ভগীয়া বৃদ্ধাগৰাকীৰ আত্মীয় বুলি পৰিচয় দিয়া লোক।
Hirak Jyoti Bora
বৃদ্ধাগৰাকীৰ মুখাগ্নি কৰা হীৰক বৰা।
আনহাতে মৃত্যুৰ পিছত বৃদ্ধাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰায় মাদাৰ অ’ল্ড এইজ হ’ম কৰ্তৃপক্ষই। “আইনৰ নিয়ম হ’ল, বৃদ্ধাশ্ৰমৰ ককা-আইতাসকলৰ কাৰোবাৰ মৃত্যু হ’লে প’ষ্টম’ৰ্টেম কৰা বাধ্যতামূলক।” এইদৰে কয় মাদাৰ অ’ল্ড এইজ হ’ম কৰ্তৃপক্ষই। তেওঁলোকে নুনমাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ তত্ত্বাৱধানত আৰু নুনমাটি নাগৰিক সমাজৰ সহযোগত জি এম চি এইচ্ছৰ অধীনত আইতাৰ প’ষ্টম’ৰ্টেম কৰায়।
সম্পূৰ্ণ এদিন অপেক্ষা কৰাৰ পিছতো বৃদ্ধাগৰাকীৰ কোনো আত্মীয় নোলালত পদপথৰ আলৈ আথানি অৱস্থাৰ পৰা বৃদ্ধাশ্ৰমলৈ অনা হীৰকেই মুখাগ্নি কৰাৰ বাবে নিজে আগুৱাই আহে। তেওঁ কয়, “আইতাগৰাকীক নিজৰ মা হিচাপে ভাবিছিলো গতিকে মই মুখাগ্নি কৰিবলৈ নিজে আগুৱাই আহিলো।”
নগাওঁ জিলাৰ হীৰক জ্যোতি বৰা কটন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ প্ৰথম ষান্মসিকৰ ছাত্ৰ। ছাত্ৰ বয়সতে তেওঁৰ এই মানৱতাবাদী চৰিত্ৰৰ বাবে সকলোৱে  তেওঁক প্ৰশংসা কৰিছে। ছ’চিয়েল মিডিয়াতো হীৰকক প্ৰশংসাৰে উপচাই দিছে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰকাৰীয়ে। ইয়াৰ পৰিৱৰ্তে বৃদ্ধাগৰাকীৰ পৰিয়ালৰ মানুহৰ মানৱতাহীন কাণ্ডক কঠোৰ সমালোচনা কৰিছে সকলোৱে।
Apply Now
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd