• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্রাক্তন আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মা আৰু পত্নীৰ বিৰুদ্ধে চিবিআই তদন্তৰ নিৰ্দেশ আদালতৰ

অনিৰ্বান পাঠক by অনিৰ্বান পাঠক
June 6, 2019 9:35 pm
index-10-1140x570

প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মা। ফটো : ইন্টাৰনেটৰ সৌজন্যত

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান খগেন শৰ্মা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে থকা এক গোচৰৰ তদন্ত চি বি আইক অৰ্পন কৰাৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। মহানগৰীৰ পল্টনবজাৰ থানাৰ এটা গোচৰৰ ভিত্তিত ন্যায়ালয়ে এই  নিৰ্দেশ দিছে।

যোৱা ৪ মে’ত ন্যায়াধীশ সঞ্জয় কুমাৰ মেধীৰ আদালতে অসম চৰকাৰক এই গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে। ২০০৯ চনত পল্টন বজাৰ থানাত মাগনী দেৱী জৈন নামৰ এগৰাকী মহিলাই অসম আৰক্ষীৰ শীৰ্ষ বিষয়া খগেন শৰ্মা আৰু তেওঁ পত্নী বন্দনা শৰ্মা বিৰুদ্ধে মাটি দখল সম্পৰ্কীয় এটা গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতেই ইয়াৰ তদন্তৰ ভাৰ অসম আৰক্ষীৰ পৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক হস্তান্তৰ কৰাৰ নিৰ্দেশ দিয়া বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে।

Apply Now

আদালতে অসম আৰক্ষীৰ তদন্তকাৰী সংস্থাৰ ওচৰত থকা এই গোচৰ সম্পৰ্কীয় যি তথ্য আছে সেয়া ১৫ দিনৰ ভিতৰত চি বি আইক হস্তান্তৰ কৰিবলৈও নিৰ্দেশ দিছে। লগতে অসম চৰকাৰৰ অতিৰিক্ত মহাধিবক্তাক এই তদন্তৰ দায়িত্ব চি বি আইক হস্তান্তৰ কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবেও নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, মাগনী দেৱী জৈনৰ নামত থকা মহানগৰীৰ উলুবাৰী মৌজাৰ এবিঘা একঠা ১২ লেচা মাটি কোনো লোকে বলপূৰ্বক দখলৰ চেষ্টা চলাইছিল। ১৯৬০ চনৰ পৰা মাগনী দেৱী জৈনৰ মালিকানাধীন সেই মাটিখিনিৰ এটা অংশত ইন্দ্ৰ সিং ডেল নামৰ লোকজন কেয়াৰ টেকাৰ হিচাপে আছিল।

পৰৱৰ্তী সময়ত ২০০৯ চনত এগৰাকী মহিলাৰ নেতৃত্বত এটা দলে মাটিখিনিৰ মালিকীস্বত্ব দাবী কৰি ইন্দ্ৰ সিং ডেলক ভয় ভাবুকি প্ৰদান কৰা বুলি মাগনী দেৱীয়ে অভিযোগ কৰিছিল। সেই মহিলাগৰাকী খগেন শৰ্মাৰ পত্নী বন্দনা শৰ্মা বুলি প্ৰকাশ পাইছিল।

এই ঘটনাৰ মাজতেই ২০১০ চনৰ ৭ এপ্ৰিলত ইন্দ্ৰ সিং ডেল নামৰ কেয়াৰ টেকাৰ জনৰ অপহৰণ হয় তাৰ পাছত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল। পাছত ইন্দ্ৰ সিং ডেলৰ পুত্ৰ পৰমজিৎ সিঙে দাখিল কৰা এজাহাৰত খগেন শৰ্মাৰ মানুহে ভাবুকি দিয়াৰ কথা উল্লেখ কৰিছিল।

এই ঘটনা সন্দৰ্ভত দীৰ্ঘদিনৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ দিয়াৰ পাছত ই গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

অনিৰ্বান পাঠক

অনিৰ্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd