• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’নাতংকৰ মাজতে সুখবৰ! : এইবাৰ AIIMSত মানৱ দেহত ট্ৰায়েল কৰা হ’ব প্ৰতিষেধক কোভেক্সিনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2020 3:14 pm
India's first COVID-19 vaccine Covaxin's human trial starts well
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ ভাৰতত তৈয়াৰী কৰা কোভিড১৯ প্ৰতিষেধক কোভেক্সিন(Covaxin)এ দিল্লীস্থ ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান(All India Institute Of Medical Sciences, New Delhi) ত মানৱ শৰীৰত ক্লীনিকেল ট্ৰায়েলৰ বাবে অনুমতি লাভ কৰিছে।

শুকুৰবাৰে AIIMSত এথিকছ কমিটিৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে বুলি প্ৰতিষ্ঠানখনৰ এক সূত্ৰত প্ৰকাশ।

Apply Now

দিল্লীস্থিত AIIMSত ১০০ গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত এই কোভেক্সিন প্ৰতিষেধকবিধ প্ৰয়োগ কৰা হ’ব।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইতিমধ্যে নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভাৰত বায়’টেকে চলিত মাহৰ ১৫ তাৰিখে দেশৰ প্ৰথম শ্ৰেণীৰ ১২ খন হাস্পতালত প্ৰাথমিক পৰ্যায়ত ৩৭৫ গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত এই ভেকচিনবিধৰ ক্লীনিকেল ট্ৰায়েলৰ বাবে প্ৰয়োগ কৰিছে।

লগতে পঢ়ক : অপেক্ষাৰ অৱসান! : ৩৭৫ গৰাকী লোকৰ শৰীৰত কোভিড প্রতিষেধক ‘কোভেক্সিন’ৰ ক্লীনিকেল ট্ৰায়েল আৰম্ভ

যোৱা ১৫ জুলাইত দেশৰ ১২ চিকিৎসা প্ৰতিষ্ঠানত কোভেক্সিনৰ মানৱ শৰীৰত ক্নীনিকেল ট্ৰায়েল কৰা হ’লেও AIIMSত এতিয়াও কোনো স্বেচ্ছাসেৱকৰ শৰীৰত ইয়াক প্ৰয়োগ কৰা হোৱা নাই।

AIIMSৰ সূত্ৰ অনুসৰি অহা সপ্তাহত প্ৰতিষ্ঠানখনত ১০০ গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত এই কোভিড১৯ প্ৰতিষেধকবিধক প্ৰয়োগ কৰা হ’ব।
প্ৰতিষেধকবিধ প্ৰয়োগ কৰিবলগীয়া ১০০ স্বেচ্ছাসেৱক সকলৰ বয়স ১৮-৫৫ বছৰ ভিতৰত বুলি জনাইছে সূত্ৰটোৱে।

তেওঁলোকৰ শৰীৰত ভেকচিনটো প্ৰয়োগ কৰাৰ পিছত তেওঁলোকক ১৫০ দিন পৰ্যবেক্ষণত ৰখা হ’ব।

ইতিমধ্যে দিল্লীস্থ AIIMS-এ এই ১০০ জন স্বেচ্ছাসেৱকৰ নাম নথিভুক্ত কৰিছে আৰু ভেকচিনবিধ প্ৰয়োগ কৰাৰ পূৰ্বে প্ৰত্যেকৰে ক’ৰ’না পৰীক্ষা কৰা হ’ব। তেওঁলোকৰ শৰীৰত অন্য ক্ৰণিক ডিজিছ আছে নেকি সেয়াও পৰীক্ষা কৰা হ’ব।

উল্লেখ্য যে, ইতিমধ্যে কোভেক্সিন নামৰ ভেকচিনবিধৰ প্ৰি-ক্লীনিকেল ট্ৰায়েল সফলতাৰে সমপন্ন হৈ গৈছে।

প্ৰি-ক্লীনিকেল ট্ৰায়েল সফলভাৱে সম্পন্ন হোৱা ভেকচিনেহে ক্লীনিকেল ট্ৰায়েলৰ বাবে যোগ্যতা অৰ্জন কৰে।

Tags: Assam Flood
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd