• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিড-১৯: অসমত নতুনকৈ সুস্থ চাৰিজন, চিকিৎসালয়ৰ পৰা মুকলি

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
April 17, 2020 8:10 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিড-১৯ত আক্ৰান্ত অসমৰ চাৰিজন ব্যক্তিক শুকুৰবাৰে চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত হাইদৰ আলি (৬২), ৱাহিদা বেগম (৩০), য়াকুব আলি (৫১) আৰু ৰুমা বেগম (৩৮)ক চিকিৎসালয়ৰ পৰা মুকলি কৰা হয়।

Apply Now

গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা তেওঁলোকক মুকলি কৰি দিয়া হৈছে।

স্বাস্থ্য মন্ত্ৰীয়ে সদৰী কৰা মতে তেওঁলোকৰ তেজ, স্বব আৰু এক্স ৰে’কে ধৰি সকলো পৰীক্ষা কৰোৱা হৈছে আৰু তেওঁলোকৰ নমুনা নিগেটিভ পোৱা গৈছে।

তেওঁ লগতে জনাই যে ব্যক্তিকেইজনৰ নমুনা আই চি এম আৰ লাহোৱালৰ পৰীক্ষাগাৰতো পৰীক্ষা কৰোৱা হৈছিল।

ব্যক্তি চাৰিগৰাকীৰ মুক্তিৰ পিছত চিকিৎসালয়খনত বৰ্তমান আৰু পাঁচগৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী চিকিৎসাধীন হৈ আছে।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জিলাখনৰ আটাইকেইজন চিকিৎসাধীন ৰোগীকে ২২ বা ২৩ এপ্ৰিলৰ ভিতৰত মুকলি কৰিব পৰা হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

আনহাতে, নিৰ্মাণ সম্পূৰ্ণ হোৱা গোলাঘাটৰ মাতৃ আৰু শিশু চিকিৎসালয়খন শুকুৰবাৰৰ পৰা সম্পূৰ্ণৰূপে ক’ভিড-১৯ চিকিৎসালয়লৈ উন্নীত কৰা হয়।

মন্ত্ৰী শৰ্মাই কয় যে গোলাঘাট জিলাৰ এই বিশেষ ক’ভিড-১৯ চিকিৎসালয়খনত ৫৬খন কুৱাৰেণ্টাইন বিচনা, ৪০খন আছুতীয়া বিচনা আৰু ২৪খন আই চি ইউ বিচনা থাকিব।

লগতে কৰ’নাভাইৰাছ শেষ হ’লে গোলাঘাটৰ অসামৰিক চিকিৎসালয়খন ভাঙি নতুনকৈ ৩০০ বিচনাযুক্ত এক চিকিৎসালয় নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলিও মন্ত্ৰীজনে প্ৰকাশ কৰে।

গোলাঘাট জিলাৰ চাৰিগৰাকী ব্যক্তিক ধৰি অসমত এতিয়ালৈকে নগৰাকী ব্যক্তিয়ে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিলে।

ইয়াৰ পূৰ্বে যোৱা দুদিনত সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা দুগৰাকী আৰু গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ পৰা তিনিজন সুস্থ ব্যক্তিক যাবলৈ দিয়া হৈছিল।

অসমত ক’ভিড-১৯ আক্ৰান্ত এজন ব্যক্তিৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছে।

অসমত মুঠ ৩৪ গৰাকী ক’ভিড-১৯ আক্ৰান্ত চিনাক্ত হৈছিল। বৰ্তমান ৰাজ্যত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা ২৪ গৰাকী।

Tags: COVID-19
ৰিতুপল্লৱ শইকীয়া

ৰিতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd