DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১০ এপ্ৰিলৰ পৰা ১৮ বছৰৰ ওপৰৰ লোকক দিয়া হ’ব কোভিড ভেকচিনৰ বুষ্টাৰ পালি,ক’ত ল’ব পাৰিব?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 8, 2022 5:58 pm
১০ এপ্ৰিলৰ পৰা ১৮ বছৰৰ ওপৰৰ লোকক দিয়া হ’ব কোভিড ভেকচিনৰ বুষ্টাৰ পালি,ক’ত ল’ব পাৰিব?
192
VIEWS
Share on FacebookShare on Twitter

দেশত কোভিডৰ চতুৰ্থ ঢৌ আৰম্ভ হ’ব বুলি স্বাস্থ্য বিজ্ঞানীসকলে সতৰ্কবাৰ্তা দি থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে
শুক্ৰবাৰে এইবুলি ঘোষণা কৰে যে ১৮ বছৰৰ ওপৰৰ লোকসকলক ১০ এপ্ৰিলৰ পৰা কোভিড-১৯ৰ বুষ্টাৰ পালি প্ৰদান কৰা হ’ব।

অৱশ্যে ব্যক্তিগত চিকিৎসালয়তহে ১৮ বছৰৰ ওপৰৰ লোকসকলক কোভিডৰ বুষ্টাৰ ভেকচিন প্ৰদানৰ দিহা কৰা হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰটোৱে লগতে কয় যে যিসকলৰ বয়স ১৮ বছৰ বা ততোধিক আৰু তেনে বয়সৰ যিসকল লোকে কোভিড ভেকচিনৰ দ্বিতীয় পালি গ্ৰহণ কৰা ন মাহ সম্পূৰ্ণ হৈছে তেওঁলোকে বুষ্টাৰ পালি গ্ৰহণ কৰিব পাৰিব।

উল্লেখ্য দেশত এতিয়ালৈকে বিভিন্ন বয়সৰ লোকক ২.৪ কোটিতকৈও কোভিড ভেকচিনৰ বুষ্টাৰ পালি প্ৰদান কৰা হৈছে। স্বাস্থ্যসেৱা কৰ্মী, ফ্ৰণ্টলাইন কৰ্মী আৰু ৬০ বছৰৰ ওপৰৰ লোকসকলেই মূলতঃ এনে বুষ্টাৰ পালি লাভ কৰিছে।

ভাৰতে কোভিডৰ ভেকচিন প্ৰদানৰ ক্ষেত্ৰত এখন উল্লখেযোগ্য দেশ হিচাবে পৰিগণিত হৈছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ১২ ৰ পৰা ১৮ বছৰ বয়সৰ লোকক কৰ্বেভেক্স নামৰ ভেকচিন বিধৰো প্ৰয়োগত অনুমোদন জনাইছে ।

কৰ্বেভেক্স ভেকচিন বিধ প্ৰস্তুত কৰিছে ভাৰতীয় কোম্পানী ‘বায়’লজিকেল-ই লিমিটেডে’। ভেকচিন বিধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পন্ন হোৱাৰ পিছতে কোম্পানীটোৱে ইয়াৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে আবেদন কৰিছিল।

কোভিড-১৯ ৱৰ্কিং গ্ৰুপৰ অধ্যক্ষ ড০ এন কে অৰোৰাই কয় যে কোভিড-১৯ৰ ভেকচিন কৰ্বেভাক্স হৈছে এক সুৰক্ষিত ভেকচিন আৰু ইয়াক অন্যান্য ভেকচিনৰ দৰেই দুটা পালিত প্ৰদান কৰা হ’ব।

ঔষধ নিয়ন্ত্ৰক সংস্থা ড্ৰাগছ কণ্ট্ৰোলাৰ জেনেৰেল অফ ইণ্ডিয়াৰ বিশেষজ্ঞ সমিতিয়ে ১২ ৰ পৰা ১৮ বছৰ বয়সৰ সকলোকে কোভিড ভেকচিন কৰ্বেভাক্সক ত জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন প্ৰদান কৰিছে।

আমেৰিকাৰ বেয়লৰ কলেজ অৱ মেডিচিনৰ সহযোগত ‘বায়’লজিকেল-ই লিমিটেডে’ ভেকচিন বিধ উৎপাদন কৰিছে। অৱশ্যে বুষ্টাৰ পালিত কি ভেকচিন দিয়া হ’ব সেয়া জানিব পৰা হোৱা  নাই। হয়তো পূৰ্বে দুটা পালি যি ভেকচিন লোৱা হৈছিল সেই ভেকচিনেই দিয়াৰ সম্ভাৱনা আছে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd