• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত কৰ’নাত মৃত্যুৰ সংখ্যা ৫০হাজাৰ অতিক্ৰম; ২৬ লাখতকৈয়ো অধিক আক্ৰান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 17, 2020 9:44 am

1 min read

corona in India

প্ৰতিনিধিত্বমূলক ফটো।

235
VIEWS
Share on FacebookShare on Twitter

দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণ একেৰাহে বৃদ্ধি পাই আহিছে। বৰ্তমান কৰ’না আক্ৰান্তৰ সংখ্যা ২৬লাখ অতিক্ৰম কৰিছে।

আনহাতে, কৰ’না আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই ৫০ হাজাৰ অতিক্ৰম কৰিছে।

সেইদৰে, কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ১৯লাখ অতিক্ৰম কৰিছে।

বিগত ২৪ ঘন্টাত কৰ’নাৰ ফলত ৯৪৪গৰাকী লোকৰ মৃত্যু হৈছে। এতিয়ালৈকে মুঠতে ৫০,৯৫১গৰাকী লোকৰ কৰ’নাৰ ফলত মৃত্যু হৈছে।

দেশত এতিয়ালৈকে কৰ’না আক্ৰান্তৰ সংখ্যা হৈছেগৈ ২৬,৪২,৩৪৪গৰাকী। এদিনত ৬৩হাজাৰতকৈয়ো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে।

দেশত বৰ্তমান সক্ৰিয় কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৭লাখ।

ইপিনে, আৰোগ্যৰ হাৰ বৃদ্ধি পাইছে আৰু এতিয়ালৈকে ১৯,০৯,৫৪১গৰাকী কৰ’না আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰিছে।

দেশত কৰ’না আক্ৰান্তৰ হাৰ দিনক দিনে বৃদ্ধি পাইছে যদিও সেইদৰে আক্ৰান্ত ৰোগীৰ আৰোগ্যৰ হাৰো বৃদ্ধি পোৱাটো ভাল লক্ষণ হিচাপে বিবেচিত হৈছে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd