DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধেমাজিত দ্ৰুতবৃদ্ধি ক’ভিড ৰোগীৰ, গোগামুখত লকডাউন

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
July 4, 2020 10:29 pm
coronavirus-1140x570
5.7k
VIEWS
Share on FacebookShare on Twitter

ধেমাজি জিলাত শেহতীয়াকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা।

জিলা স্বাস্থ্য বিভাগে শনিবাৰলৈকে ২১৯গৰাকী ক’ভিড ৰোগী চিনাক্ত কৰিছে। তাৰে ১২৮গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

শেহতীয়াকৈ ক’ভিড ৰোগীৰ দ্ৰুতবৃদ্ধিৰ বাবে জিলা প্ৰশাসনে গোগামুখ বজাৰ অঞ্চলত শুকুৰবাৰৰ পৰা লকডাউন ঘোষণা কৰিছে।

সকলো দোকান, বাণিজ্যিক প্ৰতিষ্ঠান, শৈক্ষিক প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়, অ’ পি ডি স্বাস্থ্য সেৱা, মানুহ আৰু বাহনৰ চলাচল ১০ জুলাইৰ সন্ধিয়া ৭ বজালৈকে নিষিদ্ধ কৰা হৈছে।

জিলা স্বাস্থ্য বিভাগৰ তথ্য মতে, বৃ্হস্পতিবাৰলৈকে জিলাখনত ৬৬গৰাকী ক’ভিড ৰোগী পোৱা গৈছিল। কিন্তু শনিবাৰে চিনাক্ত দুগৰাকীকে ধৰি এই সংখ্যা ৯১লৈ বৃদ্ধি পাইছে।

সংক্ৰমিত লোকসকলক ধেমাজি অসামৰিক চিকিৎসালয় আৰু চিলাপথাৰ আদৰ্শ হস্পিটেলত চিকিৎসা কৰি থকা হৈছে।

এগৰাকী ক’ভিড ৰোগীক গোগামুখ আইছ’লেচন কেন্দ্ৰত ৰখাৰ বিপৰীতে গুৰুতৰভাৱে অসুস্থ এগৰাকীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।

ধেমাজি অসামৰিক হস্পিটেল আৰু চিলাপথাৰ চহৰৰ তিনিটা ৱাৰ্ডক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

ইয়াৰ পূৰ্বে জিলা প্ৰশাসনে ঘোষণা কৰা নৈশ সান্ধ্য আইন এতিয়াও সমগ্ৰ জিলাত বাহাল আছে।

ধেমাজি আৰু চিলাপথাৰ পৌৰ এলেকাত শনি আৰু দেওবাৰৰ লকডাউনো বাহাল আছে।

শনি আৰু দেওবাৰৰ লকডাউন জোনাই বজাৰলৈকে সম্প্ৰসাৰিত কৰা হৈছে।

Tags: COVID-19

Recent News

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd