• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাতংকৰ মাজতে মধ্য প্ৰদেশত দুই মহিলা চিকিৎসকসহ স্বাস্থ্য কৰ্মীক আক্ৰমণ স্থানীয় লোকৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 2, 2020 1:20 pm

2 min read

iPiccy-collage_5e85814dd1601

ইণ্ডোৰত চিকিৎসক আক্ৰমণৰ ফ'টো, সৌজন্য- ইন্টাৰনেট

16k
VIEWS
Share on FacebookShare on Twitter

মধ্য প্ৰদেশত হিংস্ৰ জনতাৰ আক্ৰমণৰ বলি হ’ব লগা হৈছে দুগৰাকী মহিলা চিকিৎসকসহ এদল স্থানীয় স্বাস্থ্যকৰ্মী।

ঘটনাৰ বিৱৰণীৰ মতে মধ্য প্ৰদেশৰ ইণ্ডোৰত যোৱা বুধবাৰে ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সন্দেহত আইচ’লেশ্যনত ৰখা লোকসকলৰ স্বাস্থ্যৰ স্ক্ৰীণিঙৰ বাবে যোৱা দুগৰাকী মহিলা চিকিৎসকসহ স্বাস্থ্য কৰ্মী স্থানীয় লোকৰ আক্ৰমণৰ বলি হৈ আহত হয়।

ইণ্ডোৰৰ ৰাণীপুৰা অঞ্চলত স্বাস্থ্যৰ স্ক্ৰীণিঙ কৰি থকাৰ সময়তে হঠাতে স্থানীয় লোকসকলে মহিলা চিকিৎসক দুগৰাকীৰ লগতে অন্যান্য চিকিৎসা কৰ্মীসকলক শিল দলিয়াই আক্ৰমণ কৰে।

উক্ত গণ আক্ৰমণত দুগৰাকী মহিলা চিকিৎসক আহত  হয়।

আৰক্ষীৰ দলে গৈ চিকিৎসকসহ দলটোক উদ্ধাৰ কৰি গণ উন্মাদনাৰ পৰা তেওঁলোকক ৰক্ষা কৰে।

স্থানীয় একাংশ লোকে মহিলা চিকিৎসকসহ দলটোক শিল গুটি দলিয়াই খেদি খেদি আক্ৰমণ কৰা আৰু চিকিৎসকৰ দলটোৱে পলায়ণ কৰাৰ সমগ্ৰ দৃশ্যৰাজি বন্দী হৈ ৰ’ল এটা ভিডিঅ’ত।

#CoronaUpdate Locals pelt Stones on health department officials in Taat patti Indore, engaged in screening of #COVID19Pandemic @ndtv @digvijaya_28 @BeingSalmanKhan @ChouhanShivraj @OfficeOfKNath #CoronaVirusUpdates #COVID19 #lockdown pic.twitter.com/SbJA5Iiwjk

— Anurag Dwary (@Anurag_Dwary) April 1, 2020

এই ভয়ংকৰ আক্ৰমণৰ ঘটনাটোৰ পিছত স্থানীয় আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, মধ্য প্ৰদেশৰ ইণ্ডোৰতেই ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

আক্ৰমণ সংঘটিত হোৱা ইণ্ডোৰ চহৰৰ উক্ত অঞ্চলটো মধ্য প্ৰদেশৰ ক’ৰ’না আক্ৰমণৰ হট স্পষ্টৰূপে চিনাক্ত কৰা হৈছে আৰু অঞ্চলটোৰ ৫৪ পৰিয়ালক আইচ’লেটেড কৰা হৈছে।

স্থানীয় লোকে এই আইচ’লেশ্যনক বাধা প্ৰদান কৰিয়ে চিকিৎসকৰ দলটোক আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে।

Tags: COVID19

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd