• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত আৰু এজন ক’ভিড-১৯ মুক্ত, মুঠ আৰোগ্য ১২লৈ বৃদ্ধি

Nenow এন ই নাও নিউজ
গুৱাহাটী , April 18, 2020 7:59 pm

2 min read

COVID-19: One more recovered in Assam, total cured 12
17.7k
VIEWS
Share on FacebookShare on Twitter

আৰু এজন ব্যক্তি শনিবাৰে অসমত ক’ভিড-১৯ মুক্ত হৈছে। ৰাজ্যত এই ৰোগৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা ১২ গৰাকীলৈ বৃদ্ধি পাইছে।

চাজিবুৰ ৰহমান নামৰ এই ব্যক্তিজনক শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।

শেহতীয়া তিনিটা পৰীক্ষাত তেওঁক ক’ভিড-১৯ নিগেটিভ পোৱা গৈছিল।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য সদৰী কৰিছে।

Good news!

One more #COVID patient – Sajibur Rahman is discharged from Silchar Medical College & Hospital after 3 successive tests reported as negative. He is being sent for home quarantine.
Total cured patients – 12#AssamCares @Pijush_hazarika @drrajdeeproy @ParimalSuklaba1 pic.twitter.com/Ns5ibtuw2s

— Himanta Biswa Sarma (@himantabiswa) April 18, 2020

ইয়াৰ পূৰ্বে একেদিনাই গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন দুজনক ক’ভিড-১৯ মুক্ত বুলি ঘোষণা কৰা হৈছিল।

মঃ আৰ্শ্বাদ আৰু মঃ ৰিজুৱান নামৰ ব্যক্তি দুজন উত্তৰ প্ৰদেশৰ হোৱা বাবে তেওঁলোকক চিকিৎসালয়ৰ ওপৰৰে এটা কোঠাত থকাৰ ব্যৱস্থা কৰা হৈছে।

শুকুৰবাৰে গোলাঘাটত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা চাৰিগৰাকী ব্যক্তিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

তাৰ পূৰ্বে সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা দুগৰাকী আৰু গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ পৰা তিনিজন সুস্থ ব্যক্তিক যাবলৈ দিয়া হৈছিল।

আনহাতে, অসমত ক’ভিড-১৯ আক্ৰান্ত এজন ব্যক্তিৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিছে।

Tags: COVID-19

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd