• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহাৰাষ্ট্ৰত আত্মহত্যা অসমৰ ক’ভিড-১৯ আক্ৰান্ত যুৱকৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 11, 2020 5:10 pm

1 min read

1.8k
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰত ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত অসমৰ এজন যুৱকে শনিবাৰে আত্মহত্যা কৰাৰ খবৰ পোৱা গৈছে।

যুৱকজনৰ নাম জেহেৰুল ইছলাম আৰু তেওঁৰ ঘৰ নগাওঁ জিলাৰ ৰূপহীহাট থানাৰ অন্তৰ্গত শিঙিমাৰী গাঁৱত।

মহাৰাষ্ট্ৰৰ অকলা নগৰত কৰ্মৰত আছিল যুৱকজন। যুৱকজনৰ বয়স ৩০ বছৰ বুলি জানিব পৰা গৈছে।

শুকুৰবাৰে যুৱকজনৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰিছিল আৰু তেওঁ ৭ এপ্ৰিলৰ পৰা গৱর্নমেণ্ট মেডিকেল কলেজ এণ্ড হস্পিতালত আইছলেচনত আছিল।

আজি পুৱা প্ৰায় ৫ বজাত হস্পিটেলখনৰ কৰ্মচাৰীয়ে বাথৰুমত তেওঁৰ মৃতদেহটো প্ৰত্যক্ষ কৰে।

যুৱকজনে ব্লেডৰে ডিঙি কাটি আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে মহাৰাষ্ট্ৰ আৰক্ষীয়ে।

মহাৰাষ্ট্ৰৰ অকলাত শুকুৰবাৰে অসমৰ যুৱকজনকে ধৰি তিনিজন ব্যক্তি ক’ভিড-১৯ পজিটিভৰূপে চিনাক্ত হৈছিল।

ইপিনে শনিবাৰলৈকে ভাৰতত ৭৪৪৭গৰাকী ক’ভিড-১৯ ৰোগী চিনাক্ত হৈছে। ২৩৯ গৰাকী লোক মৃত্যুমুখত পৰিছে।

Tags: COVID-19

Recent News

bhaba

হাজোত বনদস্যুৰ বুকুত কঁপনি তুলিছে এগৰাকী মহিলা বন বিষয়াই

Sibsagar

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন ‘মনোৰথ’

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd