• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত ১৬ ক’ভিড-১৯ পজিটিভ চিনাক্ত; মুঠ আক্ৰান্ত ১৮৯, আৰোগ্য ১৫৩

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2020 10:34 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ষোল্লগৰাকী ব্যক্তিক শনিবাৰে ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে।

ইয়াকে লৈ ৰাজ্যখনত মুঠ ক’ভিড-১৯ আক্ৰান্ত ১৮৯গৰাকীলৈ বৃদ্ধি পাইছে।

Apply Now

ক’ভিড-১৯ পজিটিভ চিনাক্ত আটাইকেইগৰাকী ব্যক্তিয়ে মুম্বাইৰ পৰা ৰেলযোগে বৃহস্পতিবাৰে আগৰতলাত উপস্থিত হৈছিল।

ত্ৰিপুৰাৰ অতিৰিক্ত মুখ্য সচিব তথা স্বাস্থ্য সচিব সঞ্জয় কুমাৰ ৰাকেশে জনাই যে ৰোগীকেইজনক নতুনকৈ মুকলি কৰা ক’ভিড সেৱা কেন্দ্ৰ ভগৎ সিং যুৱ আৱাসলৈ স্থানান্তৰিত কৰা হ’ব।

এতিয়ালৈকে ৰাজ্যখনত ১৫৩গৰাকী ক’ভিড-১৯ ৰোগী আৰোগ্য হৈছে আৰু তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

শনিবাৰে সন্ধিয়া ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথে এই তথ্য সদৰী কৰিছে।

ইফালে ৰাজ্যখনত বি এছ এফ জোৱানসকলৰ মাজত ব্যাপকভাৱে ক’ভিড-১৯এ দেখা দিয়া সন্দৰ্ভত এটা কেন্দ্ৰীয় তদন্তকাৰী গোটে ৰাজ্য চৰকাৰক প্ৰতিবেদন দিছে।

ৰাজ্য চৰকাৰে তদন্ত প্ৰতিবেদন পৰীক্ষা কৰি আছে।

শুকুৰবাৰে ৰাজ্যখনত ক’ভিড-১৯ৰ বাবে ৮৬৯টা নমুনা পৰীক্ষা কৰা হৈছিল আৰু আটাইকেইটাই নিগেটিভ আহিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm
অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

অসম চৰকাৰৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ : জানক কোনে পালে কি গুৰুত্বপূৰ্ণ দপ্তৰ

June 8, 2026 4:13 pm
ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd