• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেতিয়াও শেষ নহ’ব কৰ’নাভাইৰাছ? কি সাৱধানবাণী বিশ্ব স্বাস্থ্য সংস্থাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2020 8:45 pm
COVID-19: This virus may never go away, warns WHO
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন শাখাৰ সঞ্চালক মাইক ৰিয়ানে কৰ’নাভাইৰাছৰ অৱসান সম্পৰ্কে ভৱিষ্যতবাণী কৰাক লৈ এক সাৱধানবাণী শুনাইছে।

কোনেও এই ৰোগৰ কেতিয়া অৱসান হ’ব ভৱিষ্যতবাণী কৰিব নোৱাৰে বুলি মন্তব্য কৰি ৰিয়ানে কয় যে এই ভাইৰাছ কেতিয়াও আঁতৰি নাযাব পাৰে।

Apply Now

“আমাৰ সম্প্ৰদায়সমূহত নিয়মীয়াকৈ পোৱা ই আন এক ভাইৰাছত পৰিণত হ’ব পাৰে, আৰু এই ভাইৰাছ কেতিয়াও আঁতৰি নাযাব পাৰে,” ৰিয়ানে জেনিভাৰ পৰা এক ভাৰ্চুৱেল প্ৰেছ কনফাৰেন্সত কয়।

“এইচ আই ভি আঁতৰি যোৱা নাই— কিন্তু আমি ভাইৰাছবিধক গ্ৰহণ কৰিবলৈ ল’লো।”

তেওঁ কয় যে এই ভাইৰাছবিধৰ বিৰুদ্ধে যদি প্ৰতিষেধক পোৱাও যায়, তথাপিও ইয়াক নিয়ন্ত্ৰণৰ বাবে “বৃহৎ প্ৰচেষ্টা”ৰ প্ৰয়োজন হ’ব।

তেওঁ কয় যে যদি প্ৰতিষেধকৰ বিকাশো হয়, তথাপি এইবোৰৰ উৎপাদন আৰু বিশ্বজুৰি মানুহৰ মাজত বিতৰণৰ ক্ষেত্ৰত বৃহৎ পৰিমাণৰ শ্ৰমৰ প্ৰয়োজন হ’ব।

বৰ্তমান ক’ভিড-১৯ৰ বিৰুদ্ধে এশবিধতকৈয়ো অধিক সম্ভাৱ্য প্ৰতিষেধকৰ বিকাশ কৰি থকা হৈছে। আৰু খুব কম সংখ্যকৰ মানৱ পৰীক্ষণো আৰম্ভ হৈছে।

কিন্তু ৰিয়ানে বসন্ত ৰোগলৈ আঙুলিয়াই কয় যে ইয়াৰ প্ৰতিষেধক থকা সত্ত্বেও আজিলৈকে তাক নিৰ্মূল কৰিব পৰা হোৱা নাই।

ক’ভিড-১৯ত বিশ্বজুৰি এতিয়ালৈকে প্ৰায় তিনি লাখ লোকৰ মৃত্যু হৈছে আৰু ৪.৩ নিযুততকৈয়ো অধিক লোক ইয়াত আক্ৰান্ত হৈছে।

আনহাতে, লকডাউনক লৈ তেওঁ কয় যে লকডাউনে সঠিকভাৱে কাম কৰিব আৰু লকডাউন উঠাই দিলে ভাল হ’ব—এই দুয়োটা চিন্তাই বিপদৰ সম্ভাৱনাৰে ভৰপূৰ।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd