DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিলাসীপাৰাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত ক’ভিড পুনৰীক্ষণ সভা

চাপৰত নতুনকৈ ২২গৰাকী ক'ভিডত আক্ৰান্ত

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
January 19, 2022 2:39 pm
5.4k
VIEWS
Share on FacebookShare on Twitter

কোৰোনাৰ তৃতীয় ঢৌৰ পৰিণতিত  ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰা মহকুমাতো ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত বিলাসীপাৰাৰ মহকুমাধিপতিৰ কক্ষত  ক’ভিড পুনৰীক্ষণৰ সভা অনুষ্ঠিত হয়।

মহকুমাধিপতি জয় শিৱানীৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাত মহকুমাখনত ক’ভিড আক্ৰান্ত সংখ্যা বৃদ্ধি হোৱা সন্দৰ্ভত পৰ্য্যালোচনা কৰা হয়।

মহকুমাধিপতিগৰাকীয়ে স্বাস্থ্য কৰ্মচাৰী সকলক ক’ভিড পৰীক্ষা আৰু নিৰীক্ষণ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে।লগতে ‘চক্ৰ পৰ্য্যায়ৰ গৃহ পৃথকীকৰণ নিৰীক্ষণ সমিতি’ৰ দ্বাৰা ক’ভিদ ৰোগীৰ গৃহত সঠিকৰূপে পৃথকীকৰণ আৰু প্ৰতিষেধক প্ৰদানৰ স্থিতাৱস্থা পুনৰীক্ষণ কৰা হয় আৰু টিকাকৰণৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হয় ।

মহকুমাধিপতিগৰাকীয়ে বিলাসীপাৰা মহকুমাত  ১৫-১৮ বয়সৰ ল’ৰা-ছোৱালীসকলৰ টীকাকৰণত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কয়।আজিৰ পুনৰীক্ষণ সভাত  চাপৰৰ  মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ড: আবুল কালাম আজাদ, ৰাণীগঞ্জৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডঃ হেমাংগ নাথ আৰু স্বাস্থ্য কেন্দ্ৰ দুখনৰ ‘খণ্ড আঁচনি প্রবন্ধক’দ্বয়ো উপস্থিত থাকে।ইপিনে চাপৰতো ক’ভিড সংক্ৰমণৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

অকল আজিৰ দিনটোতে চাপৰ ৰাজহ চক্ৰত ২২ গৰাকী লোক  ক’ভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। ৰেপিড এন্টিজনে টেষ্টত  উক্ত ২২ গৰাকী লোক  ক’ভিডত আক্ৰান্ত বুলি ধৰা পৰে।সম্প্ৰতি আটাইকেইজনকে “হ’ম আইচ’লেশ্বন”ত ৰখা হৈছে বুলি চাপৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডঃ আবুল কালাম আজাদে জানিবলৈ দিছে।

Recent News

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

গোৰখনাথ মন্দিৰত আৰক্ষীৰ ওপৰত আক্ৰমণ; অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

বোধোদয় নে পশ্চৎপট! ইউক্ৰেইনক যুঁজাৰু বিমান নিদিয়াৰ ঘোষণা বিডেনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd