DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

দেশত অহা ছয় মাহৰ ভিতৰত শিশুৰ বাবে উপলব্ধ হ’ব ভেকচিন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2021 8:07 am
COVID vaccine
137
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশজুৰি বিদ্যালয়সমূহ পুনৰ মুকলি কৰি দিয়াৰ লগে লগে ক’ভিদৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি শিশুৰ বাবে ভেকচিনৰ প্ৰয়োজনীয়তা আহি পৰিছে।

কভিশ্বিল্ড নিৰ্মাতা চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (SII)ৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাই মঙলবাৰে জানিবলৈ দিয়ে যে SII -এ অহা ছয় মাহৰ ভিতৰত ১৮ বছৰ তলৰ শিশুৰ বাবে ভেকচিন মুকলি কৰাৰ পৰিকল্পনা কৰিছে।

এক ভাৰ্চুৱেল সন্মিলনৰ সময়ত ২৭ তম CII অংশীদাৰী সন্মিলন ২০২১-ত পুনাৱালাই ভেকচিন কভোভাক্সৰ পৰীক্ষণ চলি আছে বুলি জানিবলৈ দিয়ে।

“আমি ছয় মাহৰ ভিতৰত শিশুসকলৰ বাবে ভেকচিন আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছো। এই মুহূৰ্তত ১৮ বছৰ তলৰ শিশুৰ ক্ষেত্ৰত কভিশ্বিল্ডৰ পৰামৰ্শ বা অনুমোদন দিয়া নহয় সেয়েহে কভোভাক্সৰ পৰীক্ষণ চলি আছে আৰু ৩ বছৰ বয়সলৈকে উৎকৃষ্ট তথ্য প্ৰদৰ্শন কৰিছে।” তেওঁ কয়।

ভাৰতত দুটা কোম্পানীক শিশুৰ ভেকচিনৰ বাবে অনুজ্ঞাপত্ৰ দিয়া হৈছে বুলি উল্লেখ কৰি পুনাৱালাই কয় যে অভিভাৱক সকলে নিজ সন্তানক টিকাকৰণ কৰাব লাগে। এই ভেকছিনবোৰ সুৰক্ষিত আৰু কাৰ্যকৰী বুলি প্ৰমাণিত হৈছে আৰু ইয়াৰ পৰা কোনো ক্ষতি নাই বুলি তেওঁ মন্তব্য কৰে।

“যদি আপুনি অনুভৱ কৰে যে আপুনি আপোনাৰ সন্তানক টিকাকৰণ কৰিব বিচাৰে, সেই বিষয়ে চৰকাৰী ঘোষণাৰ বাবে অপেক্ষা কৰক। আমাৰ ভেকচিন কভোভাক্স ছয় মাহৰ ভিতৰত শিশুৰ বাবে মুকলি কৰা হ’ব।”— পুনৱালাই লগতে কয়।

Recent News

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

চোৰক মোৰে পালে! ভেটিকানৰ সমীপত সুৰংগৰ পৰা উদ্ধাৰ কৰা হ’ল সন্দেহযুক্ত বেংক ডকাইতক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

Salman Rushdie: অস্ত্ৰোপচাৰৰ পিছত ‘লাইফ ছাপোৰ্ট’ত ছলমান ৰুশ্বডি; অৱস্থা সংকটজনক

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আলফা(স্বা:)ৰ বৰ্জনৰ আহ্বানৰ বিপৰীতে সুকলমে স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি শিৱসাগৰ জিলা প্ৰশাসনৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘৰৰ পৰা অতি গোপন নথিপত্ৰ জব্দ FBIৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd