• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অমিত শ্বাহ, পিয়ুষ গোৱেল, নিতীন গাডকাৰীকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীৰ নামত উত্তৰ প্ৰদেশত ভুৱা ভেকচিন প্ৰমাণপত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 18, 2021 3:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ আটাইতকৈ সফল মুখ্যমন্ত্ৰীৰ চাপ মাৰি দিয়া যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত এইবাৰ সংঘটিত হৈছে এক আশ্চৰ্যজনক কাণ্ড। ৰাজ্যখনত ভুৱা ভেকচিন প্ৰমাণপত্ৰ কাণ্ডৰ চিকাৰ হৈছে খোদ দেশৰ গৃহমন্ত্ৰীকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী।

উত্তৰ প্ৰদেশৰ ইটাৱা জিলাৰ তাখা তহচিলৰ এটা স্বাস্থ্যসেৱা কেন্দ্ৰই অমিত শ্বাহ, ওম বিৰলা, নিতীন গাডকাৰী আৰু পিয়ুষ গোৱেলৰ নামত ক’ভিদ-19 ভেকছিন প্ৰমাণপত্ৰ জাৰী কৰাৰ ঘটনা পোহৰলৈ আহিছে।

Apply Now

ৰাজ্যৰ এজন জেষ্ঠ বিষয়াই এই প্ৰমাণপত্ৰসমূহ ভুৱা বুলি অভিহিত কৰে আৰু এইয়া কাৰোবাৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰি কৰ্তৃপক্ষক বিষয়টো তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।

ভুৱা ভেকছিন প্ৰমাণপত্ৰত অমিত শ্বাহৰ বয়স ৩৩ বছৰ আৰু নিতীন গাডকাৰীৰ বয়স ৩০ বছৰ বুলি উল্লেখ কৰা হৈছে।

 

সেইদৰে পিয়ুষ গোৱেলৰ বয়স ৩৭ বছৰ হিচাপে তালিকাভুক্ত কৰা হৈছে। আনহাতে ওম বিৰলাৰ বয়স ২৬ বছৰ বুলি উল্লেখ কৰা হৈছে।

 

প্ৰমাণপত্ৰবোৰে দেখুৱায় যে এই লোকসকলক ১২ ডিচেম্বৰত ইটাৱাৰ চাৰচাইনাৱাৰ CHC ১-ত প্ৰথম পালিৰ টিকাকৰণ কৰা হৈছিল আৰু দ্বিতীয় পালিৰ তাৰিখ ২০২২ চনৰ ৫ মাৰ্চৰ পৰা ৩ এপ্ৰিলৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে।

বিষয়টো সন্দৰ্ভত কমিউনিটি হেল্থ চেণ্টাৰৰ (চিএইচচি) ভাৰপ্ৰাপ্ত বিষয়াই কয় যে “আমাৰ আইডি ১২ ডিচেম্বৰত হেক কৰা হৈছিল আৰু আমি এই আইডিটো বন্ধ কৰাৰ দাবীত এখন পত্ৰ লিখিছো।”

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ বিষয়া ড০ ভগৱান দাস ভোৰিয়াই এইয়া কাৰোবাৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰে।

তেওঁ লগতে কয়, “কেন্দ্ৰীয় মন্ত্ৰীসকলৰ নাম ইচ্ছাকৃতভাৱে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ বাবে এক উচ্চ-স্তৰৰ তদন্তকাৰী দল গঠন কৰা হৈছে। অতি সোনকালেই ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰকাৰীক বিচাৰি উলিওৱা হ’ব।”

সি যি কি নহওক এই ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিশেষকৈ কেন্দ্ৰীয় মন্ত্ৰী তথা লোকসভাৰ অধ্যক্ষৰ নাম ব্যৱহাৰ কৰি ভুৱা ভেকচিন প্ৰমাণপত্ৰ উলিওৱা ঘটনাই এক ৰহস্যৰ সৃষ্টি কৰাৰ লগতে এক প্ৰকাৰৰ আমোদজনক কাণ্ড হিচাপেও বিবেচিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd