• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশবাসীয়ে বিনামূলীয়াকৈ লাভ কৰিব কোভিড-১৯ৰ প্ৰতিষেধক, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ ঘোষণা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 2, 2021 12:58 pm

1 min read

দেশবাসীয়ে বিনামূলীয়াকৈ লাভ কৰিব কোভিড-১৯ৰ প্ৰতিষেধক, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ ঘোষণা
4.4k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশবাসীয়ে বিনামূলীয়াকৈ কোভিড-১৯ৰ প্ৰতিষেধক লাভ কৰিব বুলি আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডা০ হৰ্ষবৰ্দ্ধনে গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

আজিৰে পৰা দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কোভিড-১৯ প্ৰতিষেধকৰ ড্ৰাই ৰান আৰম্ভ হৈছে।

‘‘মই দেশৰ প্ৰতিগৰাকী নাগৰিকক প্ৰতিষেধকৰ সুৰক্ষা সন্দৰ্ভত ভূৱ অপপ্ৰচাৰত ভোল নাযাবলৈ আহ্বান জনাইছো,’’ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দেশত বিনামূলীয়াকৈ কোভিডৰ প্ৰতিষেধক বিতৰণ কৰা হ’ব বুলি ঘোষণা কৰাৰ পাছত এইদৰে কয়।

উল্লেখযোগ্য যে, অক্সফোৰ্ড আৰু চেৰাম ইষ্টিটিউটৰ কোভিড-১৯ৰ প্ৰতিষেধক কোভিশ্বিল্ডক ভাৰতত জৰুৰীকালীন প্ৰয়োগৰ অনুমতি প্ৰদান কৰা হৈছে।

জানুৱাৰি মাহৰ ১৫ তাৰিখৰ ভিতৰত দেশত বিনামূলীয়াকৈ কোভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ৰাজ্যত প্ৰথমতে চিকিৎসক আৰু নাৰ্চ সকলক কোভিডৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে।

২০২০ বৰ্ষত কোভিডৰ সংক্ৰমণে সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰিলেও নতুন বছৰত ইয়াৰ প্ৰতিষেধক প্ৰস্তুত হৈ উঠাত বিশ্ববাসীয়ে কিছুপৰিমাণে সকাহ লাভ কৰিবলৈ সক্ষম হৈছে।

Recent News

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd