• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিড১৯: দুর্গা পূজা সমিতিৰ সৈতে বোকাখাত প্ৰশাসনৰ বৈঠক

চৰকাৰী নীতি-নির্দেশনা মানিবলৈ মহকুমাধিপতিৰ আহ্বান

উত্তম শইকীয়া by উত্তম শইকীয়া
September 28, 2020 5:42 pm
Covid19: Bokakhat administration asks Durga Puja committees to follow Govt guidelines
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কভিড১৯ৰ ভয়াবহ গন সংক্ৰামনৰ প্রতি লক্ষ্য ৰাখি অসম চৰকাৰে দুর্গা পূজা উদযাপন সন্দৰ্ভত জাৰি কৰা নীতি নির্দেশনা সন্দৰ্ভত আলোচনা কৰিবৰ বাবে আজি বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মহকুমাধিপতি বিপুল দাসৰ পৌৰোহিত্যত এখনি জৰুৰী সভা অনুষ্ঠিত হয়।

বোকাখাত মহকুমাৰ বিভিন্ন পূজা সমিতি সমূহৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মহকুমাধিপতি গৰাকীয়ে চৰকাৰে দুর্গা পূজা কমিতি সমূহৰ বাবে ধার্য্য কৰা নির্দেশাৱলী সমূহৰ বিষয়ে বিশদভাৱে দাঙি ধৰে।

Apply Now

কভিড১৯ৰ গন সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি গত বৰ্ষৰ দৰে এইবাৰ দুর্গা পূজাস্থলীৰ কাষত কোনোধৰণৰ মেলাৰ আয়োজন কৰিব নোৱাৰিব বুলি তেওঁ জনায়।

চৰকাৰী নিৰ্দেশ মতে ৰাস্তাৰ কাষত অস্থায়ী পূজা মণ্ডপ বনাব নোৱাৰিব।

পূজা মণ্ডপৰ ভিতৰত সামাজিক দূৰত্ব বর্তাই অতি বেছি ২০ জন ভক্তহে প্ৰৱেশ কৰিব পাৰিব।

পূজা মণ্ডপৰ ভিতৰত সোমোৱাৰ সময়ত মুখত মাস্ক পৰিধান কৰা আৰু হাত ধোৱা বাধ্যতামূলক হ’ব।

প্রতিমা বিসর্জনৰ কার্যসূচীত কেৱল ৫ জন ব্যক্তিয়েহে অংশ গ্ৰহণ কৰিব পাৰিব।

প্রতিটো পূজা মণ্ডপত থার্মেল স্কেণাৰ থাকিব লাগিব।

যিকোনো ব্যক্তিৰ গাত চর্দি অথবা কাঁহ আদিৰ লক্ষণ দেখা পালে পূজা কমিতিৰ কর্মকর্তাই ততালিকে ওচৰৰ স্বাস্থ্যকেন্দ্রৰ লগত যোগাযোগ কৰিব লাগিব বুলি মহকুমাধিপতি গৰাকীয়ে উপস্থিত সকলোকে অৱগত কৰে৷

লগতে সাৱধানতা অৱলম্বন কৰি স্বাস্থ্য সম্বন্ধীয় সকলো নীতি নির্দেশনাৰ মাজেৰে বোকাখাতত দুর্গা পূজা উদযাপন কৰিবলৈ আহ্বান জনায়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd