• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কেবিনেটৰ সিদ্ধান্ত; এবছৰৰ বাবে দৰমহাৰ ৩০% কৰ্তন কৰা হ’ব অসমৰ সকলো মন্ত্ৰী-বিধায়কৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 7, 2020 9:06 pm

2 min read

index
1.9k
VIEWS
Share on FacebookShare on Twitter

আজি অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অন্যান্য সিদ্ধান্তৰ লগতে অসম মন্ত্ৰী সভাৰ মন্ত্ৰী আৰু অসম বিধান সভাৰ বিধায়কসকলৰ দৰমহাৰ পৰা এবছৰ বাবে ৩০ শতাংশ কৰ্তন কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটাৰ একাউন্টত এটা টুইটৰ যোগে মঙলবাৰে এই কথা ঘোষণা কৰা হৈছে।

Assam Council of Ministers chaired by CM Shri @sarbanandsonwal decided to deduct salaries of Ministers and MLAs by 30% for 1 year for managing #COVID2019.

— Chief Minister Assam (@CMOfficeAssam) April 7, 2020

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধী যুঁজত ব্যয় কৰিবলগীয়া এই ধন ৰাশি অসম চৰকাৰৰ আৰোগ্য নিধিত জমা কৰা হ’ব।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত সকলো কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে সাংসদসকলৰ দৰমহাৰ পৰা এবছৰ বাবে ৩০ শতাংশ কৰ্তন কৰি কেন্দ্ৰীয় চৰকাৰৰ আৰোগ্য নিধিত জমা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

ইফালে ত্ৰিপুৰা ৰাজ্য চৰকাৰৰ কেবিনেটো তদ্ৰূপ সিদ্ধান্তৰ কথা আজি ঘোষণা কৰিছে। নিজৰ টুইটাৰ একাউন্টত টুইট কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে কয় যে ত্ৰিপুৰাৰ বিধায়কসকলৰ বিধায়ক পুঁজি দুবছৰলৈ বন্ধ কৰি ৰখা হ’ব।

In today’s cabinet meeting we have decided to deduct 30% salary of all Ministers and MLAs, in order to overcome the economic loss occurred due to #COVID19 pandemic.

Also MLA fund for 2 years has been suspended.

— Biplab Kumar Deb (@BjpBiplab) April 7, 2020

Tags: COVID-19

Recent News

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd