• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আৰক্ষীত কোভিড-১৯পজিটিভৰ সংখ্যা ২,৯১৭গৰাকীলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 18, 2020 6:41 am
Assam-Police-Corona-Warriros-1140x570

অসম আৰক্ষীৰ কৰ'না যোদ্ধা। ফটো সৌজন্য: Twitter@hailakandipolice

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৭৯,৬৬৭গৰাকীলৈ বৃদ্ধি পোৱাৰ দিনটোতে অসম আৰক্ষীৰ এতিয়ালৈ ২,৯১৭ গৰাকী লোকএই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

সোমবাৰে অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে তেওঁৰ টুইটাৰত অসম আৰক্ষীৰ এতিয়ালৈ কিমান লোক কোভিড-১৯ত আক্ৰান্ত হৈছে তাৰ তথ্য দাঙি ধৰি লিখিছে,’’১৭ আগষ্ট,২০২০- অসম আৰক্ষীৰ ২৯১৭গৰাকী লোকৰ পজিটিভ ধৰা পৰিছে।‘’

Apply Now

শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে জনায় যে ৰাজ্যখনত মুঠ আক্ৰান্ত আৰক্ষীৰ লোকসকলৰ ভিতৰত ২,২৫৪গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

আনহাতে, কৰ’না যোদ্ধা হিচাপে কৰ্তব্য পালন কৰা ৮গৰাকী অসম আৰক্ষীৰ লোকে এই মাৰাত্মক ভাইৰাছৰ ফলত প্ৰাণ হেৰুৱাইছে।

‘’দুৰ্ভাগ্যজনকভাৱে, আমি আঠগৰাকী সতীৰ্থক এতিয়ালৈকে হেৰুৱাইছে,’’সিঙে টুইটত কয়।

August 17th 2020 – @assampolice 2917 personnel have tested positive till date. 2254 have recovered. Unfortunately, we’ve lost eight colleagues till date. @DGPAssamPolice @nhm_assam @CMOfficeAssam

— GP Singh (@gpsinghips) August 17, 2020

সোমবাৰে ৰাজ্যখনত পুনৰ ২৭৯২ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

দিনটোত পৰীক্ষা কৰা ৪৯৫১০ টা নমুনাৰ ভিতৰত ২৭৯২ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

অসমত বৰ্তমানলৈ মুঠ ৭৯,৬৬৭ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ বিপৰীতে ৫৫,২১৫ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

আনহাতে, ৰাজ্যত ১৯৭ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

সোমবাৰে পুনৰ আঠ গৰাকী লোকে বিভিন্ন চিকিৎসালয়ত ক’ৰ’নাৰ স্বীকাৰ হৈ মৃত্যুক আঁকোৱালি লৈছে।

মৃত্যু হোৱা লোক কেইগৰাকী ক্ৰমে তিনিচুকীয়া, দৰং, ডিব্ৰুগড়, কাছাৰ, গোলাঘাট, ওদালগুৰি আৰু কামৰূপ গ্ৰাম্য জিলাৰ।

কাছাৰত দুগৰাকী লোকৰ মৃত্যু হয়। কাছাৰত মৃত্যু হোৱা লোক দুগৰাকী হৈছে ক্ৰমে জিবন ৰয় (৪৫) আৰু মজিবুৰ ইছলাম হাজাৰি (৫৭)।

মৃত্যু হোৱা অন্য লোক কেইগৰাকী হৈছে ক্ৰমে- প্ৰিয়ব্ৰত আচাৰ্য্য (৬৪), উপনে ডেকা (৬০), বনৱাৰী লালা টোডী (৬৯), মতিয়ুৰ ৰহমান (৬৫), জুনা চেত্ৰী (২৪) আৰু সুৰেণ মহন্ত (৭৮)।

আনহাতে, ৰাজ্যত এতিয়ালৈ মুঠ ৫৫,২১৫ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ নিজ গৃহলৈ উভতি গৈছে।

অসমত বৰ্তমান সময়ত বিভিন্ন চিকিৎসালয়ত ২১,৪৬০ গৰাকী ক’ৰ’না আক্ৰান্ত চিকিৎসাধীন হৈ আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd