• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষি আইনৰ প্ৰতিবাদ! বিজেপি নেতাৰ ঘৰৰ সন্মুখত প্ৰতিবাদকাৰীয়ে সজালে গোবৰৰ দম

এন ই নাও নিউজ by এন ই নাও নিউজ
January 2, 2021 11:31 am
WhatsApp Image 2021-01-02 at 10.46.22 AM
1.6k
VIEWS
Share on FacebookShare on Twitter

চৰকাৰৰ সৈতে বাৰে বাৰে আলোচনা কৰিলেও এমাহ ধৰি চলি থকা কৃষক বিক্ষোভৰ সমাধান সূত্ৰ ওলোৱা নাই । কৃষি আইনক লৈ এতিয়াও চৰকাৰ আৰু বিদ্ৰোহী কৃষকৰ মাজত সংঘাত অব্যাহত আছে।

ইয়াৰ মাজতে পঞ্জাৱৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেতা তিকসান সুদৰ ঘৰৰ দুৱাৰমুখত গোবৰ দমাই অনা ট্ৰাক খালী কৰি এদল প্ৰতিবাদকাৰীয়ে বিক্ষোভ প্ৰদৰ্শন কৰাৰ অভিযোগ উঠিছে।

তদুপৰি, তেওঁলোকে সদলবলে নেতাগৰাকীৰ ঘৰৰ সন্মুখত থিয় হৈ নতুন কৃষি আইনৰ বিৰুদ্ধে শ্ল’গানো দিয়ে।

ছচিয়েল মিডিয়াত এই ঘটনাৰ ভিডিঅ’ ইতিমধ্যে বিয়পি পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে বিজেপি নেতাগৰাকীৰ মূল গেটৰ সন্মুখত সজাই ৰখা হৈছে গোবৰৰ দম।

হোছিয়াৰপুৰ বিজেপি নেতাগৰাকীয়ে পাছত ৰায়বাহাদুৰ জোধামল ৰোডত ধৰ্ণাত বহে। তেওঁ অভিযুক্তসকলৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী তোলে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা অমৰিন্দৰ সিঙে এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে। নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ নামত কোনেও যাতে হাতত আইন তুলি নলয় তাৰ বাবে তেওঁ সকলোকে আহ্বান জনায়।

Cattle dung dumped at the residence of former Punjab minister and BJP leader Tikshan Sud in Hoshiarpur district today. @MohitBhukar95 pic.twitter.com/DgpWiW175k

— Choudhary Mohit Bhuker (@MohitBhukar95) January 1, 2021

এক বিবৃতিযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পঞ্জাৱ নাইবা দিল্লী সীমান্তত এতিয়ালৈকে শান্তিৰ মাজেৰে কৃষক আন্দোলন আগবাঢ়িছে। কৃষক নেতাসকলৰ অনুৰোধ মৰ্মে কোনোৱে আইন-শৃংখলাৰ পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰা নাই।

তেওঁ কয় যে এনে পৰিস্থিতিৰ মাজতে এনে প্ৰতিবাদে আন্দোলনকাৰীসকলৰ ভাবমূৰ্তি বিনষ্ট কৰিব। তদুপৰি, ইয়াৰ বাবে ৰাজ্যখনৰ শান্তিৰ পৰিৱেশে বিনষ্ট হোৱাৰ আশংকা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd