• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“গুজৰাট নিৰ্বাচনৰ বাবেই মোক গ্ৰেপ্তাৰ কৰা হৈছে”: গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া জিগনেশ মেৱানীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2022 8:30 pm
Jignesh Mevani
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক আজি জামিন প্ৰদান কৰে বৰপেটাৰ সত্ৰ ন্যায়াধীশৰ আদালতে। জামিন লাভ কৰাৰ পিছতে গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিৰোধী শিবিৰৰ অন্যতম শক্তিশালী বিধায়ক গৰাকীয়ে।

“মোৰ গ্ৰেপ্তাৰ কোনো সাধাৰণ বিষয় নহয়। এইয়া প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজনৈতিক বিষয়াসকলৰ নিৰ্দেশনাত কৰা হৈছিল।”— মেৱানীয়ে কয়।

Apply Now

এই বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া গুজৰাট নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়ে শাসকীয় বিজেপিয়ে এই সকলো ষড়যন্ত্ৰ কৰি আছে বুলি অভিযোগ কৰে মেৱানীয়ে।

সংবাদ মাধ্যমৰ আগত মেৱানীয়ে কয়, “এয়া এক ষড়যন্ত্ৰ। মোৰ বিৰুদ্ধে কৰা দুয়োটা গোচৰেই মিছা। গুজৰাটত নিৰ্বাচন আহি আছে, সেয়েহে মোক লক্ষ্য কৰা হৈছে। মানুহে এই কৌশল বুজি পাইছে।”

“গুজৰাটৰ পৰা মোক গ্ৰেপ্তাৰ কৰাৰ লগে লগে মই জানিছিলো যে তেওঁলোকে মোক বিভিন্ন প্ৰকাৰে ফান্দত পেলোৱাৰ পৰিকল্পনা কৰিছে। অসমত গুজৰাটৰ এজন বিধায়কক লক্ষ্য কৰি লোৱাটো এটা ডাঙৰ ষড়যন্ত্ৰৰ অংশ।”— মেৱানীয়ে লগতে কয়।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা এটা টুইটৰ গোচৰত মেৱানীক কোকৰাঝাৰ আৰক্ষীয়ে প্ৰথমে গ্ৰেপ্তাৰ কৰিছিল। এই গোচৰত জামিন লাভৰ কিছু সময়ৰ পিছতেই কৰ্মৰত মহিলা আৰক্ষীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত বৰপেটা আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিছিল বিধায়ক গৰাকীক।

সাংবাদিকৰ সৈতে কৰা বাৰ্তালাপত মেৱানীয়ে কয়, “মই কৰা টুইটটোৰ বাবে মই এতিয়াও গৌৰৱান্বিত। টুইটটোত মই মূলতঃ প্ৰধানমন্ত্ৰীক শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাইছিলো। ভাৰতৰ এজন নাগৰিক হিচাপে এই বিষয়ে প্ৰশ্ন কৰিবলৈ মোৰ অধিকাৰ আছে।”

আনহাতে দ্বিতীয়টো গোচৰ সন্দৰ্ভত মেৱানীয়ে কয় যে তেওঁৰ বিৰুদ্ধে এটা গোচৰ প্ৰস্তুত কৰিবলৈ চৰকাৰে এগৰাকী মহিলাক ব্যৱহাৰ কৰিছে। চৰকাৰে ইয়াৰ দ্বাৰা কাপুৰুষালিৰ আশ্ৰয় লৈছে বুলি মেৱানীয়ে শাসনাধিষ্ঠ বিজেপি চৰকাৰক উপহাস কৰে।

বিজেপি চৰকাৰক প্ৰশ্ন কৰা বা সত্যৰ পক্ষত কথা কোৱা যিকোনো ব্যক্তিৰ বিৰুদ্ধে বিজেপিয়ে গোচৰ তৰে বুলি অভিযোগ কৰে দলিত নেতা গৰাকীয়ে।

আনহাতে অসমবাসী জনসাধাৰণ আৰু কংগ্ৰেছৰ মানুহে এই সময়ছোৱাত তেওঁক কৰা সমৰ্থন যথেষ্ট সহায়ক আছিল বুলিও কৃতজ্ঞতাৰে দোহাৰে বিধায়কজনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd