• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিহাৰত নীতিশ কুমাৰৰ স্থলাভিষিক্ত হ’ল চি পি সিং

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 28, 2020 10:56 am

1 min read

বিহাৰত নীতিশ কুমাৰৰ স্থলাভিষিক্ত হ’ল চি পি সিং
2.9k
VIEWS
Share on FacebookShare on Twitter

বিহাৰত নীতিশ কুমাৰৰ স্থলাভিষিক্ত হ’ল চি পি সিঙ।

বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰে জনতা দল য়ুনাইটেড(জে ডি য়ু)ৰ সভাপতি পদৰ পৰা আতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে দলটোৰ কাৰ্য্যনিৰ্বাহক সভাত বিহাৰৰ ৰাজ্যসভাৰ সাংসদ চি পি সিঙক জে ডি য়ুৰ নতুন সভাপতি হিচাপে দায়িত্বভাৰ অৰ্পন কৰা হয়।

কাৰ্য্যনিৰ্বাহক সভাত নীতিশ কুমাৰে বিহাৰৰ মুখ্য মন্ত্ৰী পদ আৰু জে ডি য়ুৰ সভাপতি দুয়োটা পদৰ একেলগে দায়িত্বভাৰ গ্ৰহণ কৰা কঠিন হৈ পৰা বুলি উল্লেখ কৰি জে ডি য়ুৰ সভাপতি পদৰ এৰাৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিহাৰৰ সদ্যসমাপ্ত নিৰ্বাচনত নীতিশ কুমাৰৰ নেতৃত্বত জে ডি য়ুয়ে আশাজনক ফলাফল দাঙি ধৰাত সফল হোৱা নাছিল।

জে ডি য়ুৰ মিত্ৰ দল ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনত ভাল ফলাফল কৰাৰ বাবেহে পুনৰ নীতিশ কুমাৰ মুখ্য মন্ত্ৰী হিচাপে অধিস্থিত হ’বলৈ সক্ষম হ’ল।

জে ডি য়ুৰ কাৰ্য্যনিৰ্বাহক সভাত চি পি সিঙৰ সবল নেতৃত্বত জে ডি য়ু দলে নতুন গতি লাভ কৰিবলৈ সক্ষম হ’ব বুলি নীতিশ কুমাৰ আশা ব্যক্ত কৰে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd