• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত চিপিআইৰ জিলা পৰিষদৰ সভা সম্পন্ন

শিৱসাগৰ সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কা বিৰোধী আৰু বাওঁপন্থী দলসমুহ একত্ৰিত হৈ ঐক্যবদ্ধ প্ৰাৰ্থী প্ৰদান কৰিবলৈ আহ্বান

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
February 22, 2020 7:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰত চিপিআইৰ জিলা পৰিষদৰ এখন সভা অনুষ্ঠিত হৈ যায়।

শিৱসাগৰ সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কা বিৰোধী আৰু বাওঁপন্থী দলসমুহ একত্ৰিত হৈ ঐক্যবদ্ধ প্ৰাৰ্থী প্ৰদান কৰিবলৈ আহ্বান।

Apply Now

দেওৰজা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কমিউনিষ্ট নেতা অতুল গগৈৰ সভাপতিত্বত ২১ ফেব্ৰুৱাৰীত চিপিআইৰ জিলা পৰিষদৰ এখনি বিশেষ সভা  অনুষ্ঠিত হৈ যায় ।

উক্ত সভাত চলিত মাহৰ আৰম্ভণিতে কলকতাত অনুষ্ঠিত হোৱা চিপিআইৰ ৰাষ্ট্ৰীয় পৰিষদৰ বিশেষ অধিবেশনত গৃহীত হোৱা দেশৰ আৰ্থ ৰাজনৈতিক ৰিপ’ৰ্ট সম্পৰ্কে ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে বিতংকৈ বাখ্যা কৰে।

চিপিআইৰ ৰাজ্যিক নেতা তথা সমাজকৰ্মী ধৰ্ম বৰুৱাই  ৰাষ্ট্ৰীয় পৰিষদৰ সাংগঠনিক ৰিপ’ৰ্টৰ ওপৰত বাখ্যা আগবঢ়াই।সভাত বয়োজ্যেষ্ঠ কমৰেড ফণী চেতিয়াইও ভাষণ প্ৰদান কৰে।

বাওঁ দলটোৰ জিলা পৰিষদৰ সভাই শিৱসাগৰ বিধান সভা সমষ্টিত হ’বলগীয়া আগন্তুক উপ নিৰ্বাচনৰ সম্পৰ্কে বিতং আলোচনা কৰি বাওঁ গণতান্ত্ৰিক প্ৰগতিশীল শক্তি তথা কা বিৰোধী শক্তিসমূহক ঐক্যবদ্ধ কৰি চিপিআইৰ তৰফৰ পৰা এগৰাকী প্ৰাৰ্থী থিয় কৰোৱাবৰ বাবে সৰ্বসন্মতি ক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে।

সভাই ইতিমধ্যে সৰ্বসন্মতিক্ৰমে আগন্তুক শিৱসাগৰ বিধান সভাৰ উপ নিৰ্বাচনত প্ৰাৰ্থিত্বৰ  বাবে চিপিআইৰ তৰফৰ পৰা এজনীয়া পেনেলৰ নাম গ্ৰহণ কৰে যদিও এতিয়াই নাম প্ৰকাশৰ পৰা বিৰত থাকে বাওঁপন্থী দলটো।

সভাই লোৱা প্ৰস্তাৱবোৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰিষদৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে সভাত বাওঁ দলটোৱে আছু ,কৃষক মুক্তিকে ধৰি সকলো কা বিৰোধী দল-সংগঠনক ঐক্যবদ্ধ হৈ সংগ্ৰাম কৰিবলৈ আহ্বান জনায়।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd