• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ গুৰু হিটলাৰ; বৰপেটাত চি পি আই(এম)ৰ জনসভাত বিজেপিক সমালোচনা

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , December 29, 2020 8:09 pm

1 min read

বিজেপিৰ গুৰু হিটলাৰ; বৰপেটাত চি পি আই(এম)ৰ জনসভাত বিজেপিক সমালোচনা
137
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ কয়াকুছি বজাৰত আজি চি পি আই (এম)ৰ এখন জনসভা অনুষ্ঠিত হয়।

অৱসৰপ্ৰাপ্ত শিক্ষক আফাজ উদ্দিনৰ সভাপতিত্বত অনুষ্ঠিত এই জনসভাত অংশগ্ৰহণ কৰি বৰ্ষীয়ান ৰাজনীতিবিদ তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মনে বিজেপি দল আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰে।

ভাষণ প্ৰসংগত তেওঁ কয় যে, বিজেপি দল আৰু চৰকাৰ সম্পূৰ্ণৰূপে আৰ এছ এছৰ আজ্ঞাবাহী দল। বিজেপিৰ গুৰু হ’ল জাৰ্মানীৰ হিটলাৰ।

লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰিয় ভাজন আম্বানী আৰু আদানীক এতিয়া ভাৰতবৰ্ষখন গতাই দিয়াৰ লগতে কৃষি আইনৰ জৰিয়তে কৃষিখণ্ডৰ সকলো স্বত্ব তেওলোকৰ ওচৰত গতাই দিয়াৰ বাবে বিজেপি চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰা বুলিও তেওঁ লগতে কয়।

এই জনসভাত উপস্থিত থাকি চি পি আই (এম)ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য তথা সাপ্তাহিক “গণশক্তি” কাকতৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰ, চি পি আই (এম) নেতা আজিজুৰ ৰহমান, পিয়াৰুল ইছলাম আহমেদেও ভাষণ প্ৰদান কৰে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd