• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীৰে গুৱাহাটী প্ৰেছ ক্লাৱত চি পি আই (এম-এল)ৰ সংবাদমেল

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 22, 2019 9:20 pm
FJIMG_20190722_121420(1)

চি পি আই (এম-এল)ৰ সংবাদমেল

12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বানপানী আৰু গৰাখহনীয়াক লৈ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল আয়োজন কৰে চি পি আই (এম-এল)য়ে।

সংগঠনটোৰ অভিযোগ অনুসৰি কেন্দ্ৰ চৰকাৰৰ বৈষম্য আৰু ৰাজ্য চৰকাৰৰ গাফিলতিৰ বাবেই বান সমস্যা গভীৰ হৈছে ।

Apply Now

চি পি আই (এম-এল)ৰ ৰাজ্যিক সম্পাদক ৰুবুল শৰ্মাই জনোৱা মতে,  ‘অসমৰ বানপানী সমস্যাতকৈ নমামী উৎসৱক চৰকাৰে বেছি গুৰুত্ব দিছে। বানপানীৰ লগতে গৰাখনীয়া ৰাজ্যৰ বাবে এক গভীৰ সমস্যা হৈ পৰিছে যদিও চৰকাৰে ইয়াৰ সমাধানৰ বাবে কোনো আঁচনি গ্ৰহণ কৰা নাই’।

আনহাতে,  দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি বিগত ৫ বছৰত খহনীয়াৰ গ্ৰাসত ১১ লাখ বিঘাতকৈ বেছি উৰ্বৰ ভূমি নদীত জাহ গৈছে।

অসমৰ মুঠ ২৩ খন জিলাত ৫ বছৰত খহনীয়াৰ বাবে ৮৬, ৫৬১ গৰাকী লোক ভূমিহীন হৈছে।

চৰকাৰে ২০১৫ চনৰ পৰা ২০১৮ চন পৰ্যন্ত ছিঙা মথাউৰিৰ ৬০ শতাংশই মেৰামতি কৰা নাই। অসমৰ ৪৩২ টা মথাউৰিৰ ৩০০ টা মথাউৰিহে সুকলমে আছে কিন্তু চৰকাৰে এই বিষয়টো গুৰুত্বসহকাৰে লোৱা নাই আৰু পুঁজিও মোকোলাই দিয়া নাই বুলি শৰ্মাই কয় ।

তদুপৰি, ২৭ খন জিলাৰ ৩৭০৫ খন গাঁৱৰ প্ৰায় ৪৯ লাখ লোক এতিয়াও বানত আক্ৰান্ত হৈ আছে। চৰকাৰৰ মতে ৭৫৫ টা আশ্ৰয় শিবিৰ আৰু বান সাহায্য শিৱিৰত ডেৰ লাখতকৈ অধিক বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰি আছে।

বান সাহায্যৰ পৰ্যাপ্ত পুঁজি আছে বুলি চৰকাৰে দাবী কৰিছে কিন্তু বানপীড়িতই সাহায্য লাভ কৰা নাই এই অভিযোগ শৰ্মাৰ।

চৰকাৰলৈ সংগঠনটোৱে সংবাদমেলৰ পৰা দাবী জনাই যে বানপানীৰ স্থায়ী সমস্যা সমাধানৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ অসমে পাবলগীয়া পুঁজি মোকোলাই দিলেই নহব বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ বিশেষ পেকেজ ঘোষণা কৰিব লাগিব ।

অসমৰ সম্পদ যদি ৰাষ্ট্ৰীয় সম্পদ হয় তেনেহলে বানপানীকো অসমৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বুলি সংবাদমেলত দাবী উত্থাপন কৰি দুৰ্যোগ ব্যৱস্থাপনাৰ ৰিলিফ মেনুৱল অনুসৰি সকলো বানাক্ৰান্তকে যথাযথভাৱে ক্ষতিপূৰণ আদায় দিব লাগে বুলি চি পি আই (এম-এল)য়ে দাবী জনায়। এই ক্ষেত্ৰত এন জি অ বিলাকে ভাল পদক্ষেপ লৈছে বুলি সংগঠনটোৱে কয়।

ম্যাদ উকলা মথাউৰি আৰু অকাৰ্য্যকৰী মথাউৰি পুনৰ নিৰ্মাণ কৰিব লাগে লগতে বানত বিধস্ত হোৱা শস্য ভূমিকে ধৰি বানপীড়িত অঞ্চলৰ ভূমিৰ খাজনা পাঁচ বছৰলৈ ৰেহাই দিব লাগে আৰু বানপীড়িত অঞ্চলৰ চৰকাৰী -ব্যক্তিগত সকলো ধৰণৰ কৃষি ঋণ ৰেহাই দিব লাগে আৰু পুনৰ খেতিৰ বাবে উপযুক্ত কঠিয়া তথা বীজ বিনামূলীয়াকৈ যোগান ধৰিব লাগে।

বান সমস্যাক লৈ হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু সকলো বৃহৎ নদীবান্ধ প্ৰকল্প বন্ধ কৰি ক্ষুদ্ধ বান্ধ তথা জলসিঞ্চনৰ আঁচনি গ্ৰহণ কৰিব লাগে বুলিও সংবাদমেলত সম্পাদকগৰাকীয়ে মন্তব্য কৰে।

সংবাদমেলত চি পি আই (এম এল)ৰ অসম ৰাজ্যিক সম্পাদক ৰুবুল শৰ্মা, কেন্দ্ৰীয় নিয়ন্ত্ৰণ আয়োগৰ সদস্য ধীৰাজ দাস, অসম ৰাজ্যিকৰ সদস্য পংকজ কুমাৰ দাস উপস্থিত থাকে।

 

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd