DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চি পুনৰীক্ষণৰ বিৰুদ্ধে মহানগৰীত চি পি আই এমৰ প্ৰতিবাদ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 6, 2019 6:44 pm
WhatsApp Image 2019-08-06 at 5.43.18 PM

চি পি আই এমৰ প্ৰতিবাদ

5.5k
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ পুনৰীক্ষণৰ বিৰুদ্ধে বাওঁ গণতান্ত্ৰিক মৰ্চা অসম ৰাজ্যিক সমিতিৰ সদস্য সকলে আজি ভঙাগড়স্থিত এন আৰ চি কাৰ্য্যালায়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি, এন আৰ চিৰ শুনানিৰ নামত সংখ্যালঘু একাংশ দৰিদ্ৰ পৰিয়ালক অমানৱীয়ভাৱে অত্যাচাৰ কৰিছে।

বিগত দুদিনৰ পৰা এন আৰ চি কৰ্তৃপক্ষই নামনি অসমৰ একাংশ দৰিদ্ৰ লোকক পুনৰীক্ষণ শুনানিৰ বাবে জাননী জাৰি কৰি ১২ ঘণ্টাৰ ভিতৰত পুনৰীক্ষণৰ বাবে শিৱসাগৰ, যোৰহাট, গোলঘাট আদি জিলাসমূহলৈ যাবলৈ কোৱা হৈছে যিটো এক প্ৰকাৰ অমানৱীয় বুলি প্ৰতিবাদকাৰীসকলে মন্তব্য কৰে।

প্ৰতিবাদকাৰীসকলে এন আৰ চি পুনৰীক্ষণ আৰু ইয়াৰ নামত সংখ্যালঘুৰ ওপৰত হৈ থকা অত্যাচাৰ বন্ধ হ’ব লাগে বুলিও দাবী জনায়।

এন আৰ চি পুনৰীক্ষণৰ প্ৰসংগত চি পি আই এমৰ নেতা সুপ্ৰকাশ তালুকদাৰে কয় অসমত এতিয়া এন আৰ চি পুনৰীক্ষণৰ কোনো প্ৰয়োজন নায়।

ইতিমধ্যে এন আৰ চিৰ খচৰাত যিসকল লোকৰ নাম আছে সেই সকলৰ বহুবাৰ শুনানি লোৱা হৈছে, নথি পত্ৰ পৰীক্ষা কৰা হৈছে গতিকে তেওঁলোকৰ আৰু শুনানিৰ কোনো প্ৰয়োজন নাই বুলি তালুকদাৰে কয়।

আনহাতে, উচ্চতম ন্যায়ালয়ে এন আৰ চি পুনৰীক্ষণৰ কোনোধৰণৰ প্ৰয়োজন নাই বুলি কোৱাৰ পাছতো এন আৰ চি কৰ্তৃপক্ষই ন্যায়ালয়ৰ নিৰ্দেশ পালন নকৰি ২৪ ঘণ্টাৰ ভিতৰত উজনি অসমৰ লোকক নামনিলৈ আৰু নামনি অসমৰ লোকক উজনিলৈ শুনানিৰ বাবে যাবলৈ নিৰ্দেশ দি অত্যাচাৰ কৰিছে বুলি তালুকদাৰে কয়।

ধৰ্ণা কাৰ্য্যসূচীৰ অন্তত প্ৰতিবাদকাৰীসকলে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Recent News

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd