• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গো ক’ৰ’ণা, গো ক’ৰ’ণা…মন্ত্ৰ মাতি ট্ৰাম্পৰ দেহৰ পৰা ক’ৰ’ণা দূৰ কৰাৰ চেষ্টা চলালে কোনে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 3, 2020 3:37 pm

2 min read

Virender-Sehwag
348
VIEWS
Share on FacebookShare on Twitter

মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প সপত্নীক ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰে এতিয়া বিশ্বজুৰি বেছ চৰ্চা লাভ কৰিছে।

কিয়নো সমগ্ৰ বিশ্বই যেতিয়া ক’ৰ’ণাকলৈ আতংকিত হৈ আছে সেই সময়তে ট্ৰাম্পে সম্পূৰ্ণ বেপৰোৱা ভাবেৰে মাস্ক নিপিন্ধাকৈয়ে ঘূৰি ফুৰিছিল।

সেয়ে ট্ৰাম্প ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ খবৰটো বহুতৰে বাবে আলোচনাৰ বিষয় হৈ পৰিছে।

এনে সময়তে বহুতে ছ’চিয়েল মিডিয়াত ট্ৰাম্পৰ ক’ৰ’ণা হোৱাৰ কথাকলৈ টিপ্পনীও দিয়া দেখা গৈছে।

ছ’চিয়েল মিডিয়াত সততে সক্ৰিয় হৈ থকা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহবাগেও ট্ৰাম্পৰ ক’ৰ’ণা হোৱাৰ প্ৰসংগত এটা বিশেষ টুইট কৰিছে।

Trump ko Covid se nipatne ke liye Baba Sehwag ka aashirwad.
Go Corona Go Corona Go pic.twitter.com/6hVivMU9kY

— Virender Sehwag (@virendersehwag) October 2, 2020

সাধাৰণতে প্ৰায় ভাগ সামাজিক বিষয়কলৈ ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা সেহৱাগে বহু প্ৰখ্যাত ব্যক্তিকলৈ ইয়াৰ পূৰ্বেও ৰসিকতা ভৰা মন্তব্য কৰিছে।

এইবাৰ ট্ৰাম্পৰ ক’ৰ’ণাকলৈ সেহবাগে সাধুৰ ৰূপত থকা এখন ছবি দি লিখিছে ‘ট্ৰাম্পক কোভিডৰ সৈতে মোকাবিলা কৰিবলৈ বাবা সেহৱাগৰ আশীৰ্বাদ। গো ক’ৰ’ণা গো ক’ৰ’ণা গো ক’ৰ’ণা’।

উল্লেখ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্পৰ শৰীৰত কালি ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে নিশা টুইটাৰযোগে তেওঁ আৰু পত্নী ক’ৰ’না প’জিটিভ হোৱাৰ কথা প্ৰকাশ কৰে।

”আজি নিশা, পত্নী আৰু মোৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। আমি কোৱাৰেণ্টাইনত আছো আৰু চিকিৎসা গ্ৰহণ কৰি আছো। এই সময়ত আমি একেলগে আছো,” ৰাষ্ট্ৰপতি ট্ৰাম্পে এইদৰে টুইট কৰে।

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ উপৰিও পত্নী মেলেনিয়া ট্ৰাম্পেও টুইটাৰ যোগে তেওঁলোক ক’ৰ’না প’জিটিভ হোৱা বুলি প্ৰকাশ কৰে।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd