DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ৯০ মিলিয়ন ইউৰো দান পটুৰ্গীজ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 29, 2020 8:12 pm
1Ronaldo-Goals
5k
VIEWS
Share on FacebookShare on Twitter

পটুৰ্গীজ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰ’ণাল্ডোৱে জুভেন্টাছ ক্লাবৰ ক’ৰ্ছ মৌৰীজিঅ’ চাৰী সৈতে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ আবঢ়াইছে ৯০ মিলিয়ন ইউৰো(১০০ মিলিয়ন মাৰ্কিন ড’লাৰ)।

ক্লাৱৰ সূত্ৰত প্ৰকাশ যে, এই ধনৰাশিৰ পৰিমাণ হৈছে জুভেন্টাছৰ খেলুৱৈসকলৰ চাৰি মাহৰ পাৰিশ্ৰমিকৰ সমান। উল্লেখ্য যে ৰ’ণাল্ডো হৈছে ইটালীৰ চিৰি এ’ৰ লীগৰ সৰ্বাধিক পাৰশ্ৰমিক লাভ কৰা ফুটবলাৰ। তেওঁৰ সপ্তাহিক পাৰশ্ৰিমক হৈছে ১০ মিলিয়ন ইউৰো(১১ মিলিয়ন মাৰ্কিন ড’লাৰতকৈও অধিক)।

ক্লাৱৰ অধিনায়ক চেইলিনি ক্লাৱ আৰু খেলুৱৈসকলৰ সৈতে আলোচনা কৰি কৈছে যে, ‘চলিত ছিজনৰ সূচী পুনৰ নিৰ্ধাৰন কৰা হ’ব, ক্লাৱ তথা খেলুৱৈসকলৰ আত্মবিশ্বাস অটুত ৰখাৰ বাবে খেলুৱৈ আৰু প্ৰশিক্ষকৰ সৈতে আলোচনা কৰি প্ৰতিযোগিতাৰ পুনৰাম্ভৰ বাবে সাজু কৰি তোলাৰ সিদ্ধান্ত লোৱা হ’ব।’

ইটালীত ৩ এপ্ৰিলৈকে ৰাষ্ট্ৰজোৰা ল’কডাউন চলি আছে। সেয়ে খেলুৱৈসকলক শাৰীৰিক প্ৰশিক্ষণৰ বাবে এক্সপাৰ্টৰ প্ৰয়োজন হ’ব বুলি ক্লাৱটোৱে জনাইছে।

ক্লাৱটোৰ তিনিজন খেলুৱৈ ক্ৰমে ডেনিয়েল ৰুগানী, ব্লাইছে মাটুইডি আৰু পাবলু ডাইবালা মাৰাত্মক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।

উল্লেখ্য যে ইটালীত প্ৰায় ১ লাখ লোক এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে ১০ হাজাৰৰো অধিক আক্ৰান্তৰ মৃত্যু ঘটিছে।

Tags: COVID19

Recent News

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd