• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধিক আৰক্ষী! দেশৰ শ্ৰেষ্ঠ থানাৰ বঁটা পোৱা থানাখনৰ এলেকাতে সংঘটিত হৈছিল মণিপুৰৰ নাৰকীয় কাণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2023 3:46 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৪ মে তাৰিখে মণিপুৰত সংঘটিত হৈছিল এক বীভৎস ঘটনা। তিনিগৰাকী কুকি মহিলাক উন্মত্ত মেইতেই গঞাই আৰক্ষীৰ সমুখতে বিবস্ত্ৰা কৰি ৰাজপথেদি লৈ গৈছিল আৰু তাৰে এগৰাকীক দলবদ্ধভাবে ধৰ্ষণ কৰা হৈছিল। ধৰ্ষণৰ বলি হোৱা ২১ বছৰীয়া যুৱতীগৰাকীৰ ভাতৃ আৰু পিতৃকো সেই স্থানতে হত্যা কৰিছিল উন্মাদ গঞাই। যোৱা ১৯ জুলাই তাৰিখে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল সেই দৃশ্য।

Apply Now

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে যি ঠাইত এই নাৰকীয় ঘটনা সংঘটিত হৈছিল সেই ঠাইৰেই থানা – নংপক ছেকমাই থানাক ২০২০ চনত দেশৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ থানা হিচাপে পুৰস্কৃত কৰিছিল কেন্দ্ৰীয় চৰকাৰে। 

জানিব পৰা মতে, ঘটনা সংঘটিত হোৱা  বি ফৈনাম গাঁৱৰ সেই স্থানৰ পৰা নংপক ছেকমাই থানালৈ দূৰত্ব মাথোঁ ৮৫০ মিটাৰ। এই খবৰ প্ৰকাশ কৰিছে ইণ্ডিয়া টুডে কাকতে।

২০২০ চনত নংপক ছেকমাই থানাক কেন্দ্ৰই ‘দেশৰ শ্ৰেষ্ঠ থানা’ হিচাপে বাছি লৈছিল। প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ শ্ৰেষ্ঠ থানা বাছনি কৰে। সেই নিৰ্বাচন বিভিন্ন সূচকৰ ওপৰত ভিত্তি কৰি কৰা হয়। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ ওপৰত হোৱা অত্যাচাৰ ৰোধ কৰাত তেওঁলোকৰ ভূমিকাৰ ভিত্তিত আটাইতকৈ ‘সক্ষম’ আৰক্ষী থানাসমূহক শীৰ্ষ সন্মান প্ৰদান কৰা হয়। সেই অনুসৰি ২০২০ চনত নংপক ছেকমাই থানাক কেন্দ্ৰৰ দ্বাৰা ‘দেশৰ শ্ৰেষ্ঠ আৰক্ষী থানা’ হিচাপে বাছনি কৰা হয়।

উল্লেখ্য যে ৪ মে’ত হোৱা ভয়ংকৰ ঘটনাৰ গোচৰ ১৮ মে তাৰিখে ৰুজু হৈছিল যদিও ১৯ জুলাইত ঘটনাৰ ভিডিঅ’ ভাইৰেল নোহোৱালৈকে এজনো অপৰাধীক কৰায়ত্ত নকৰিলে দেশৰ আটাইতকৈ শ্ৰেষ্ঠ থানাখনে।

এই ঘটনাই এতিয়া যেন উদঙাই দিছে আৰক্ষী ব্যৱস্থাৰ স্বৰূপ। দেশৰ আটাইতকৈ শ্ৰেষ্ঠ থানাৰ বঁটা পোৱা থানাৰ সমীপতে যদি এনেকুৱা ঘটনা সংঘটিত হ’ব পাৰে তেন্তে আন ঠাইত কেনেকৈ মানুহে সুৰক্ষিত অনুভৱ কৰিব? এই প্ৰশ্নই এতিয়া সৰ্বত্ৰে জোকাৰণিৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd