• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম-অৰুণাচল সীমান্তৰ শামুক জুলিত চি আৰ পি এফৰ অভিনৱ পদক্ষেপ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
November 30, 2018 9:51 am
IMG_20181129_113350

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-অৰুণাচল সীমান্তৰ বিশ্বনাথৰ শামুক জুলি নামৰ এখন গাঁও। য’ত গাঁওবাসীয়ে বছৰ বছৰ ধৰি বঞ্চিত হৈ আছে উন্নত স্বাস্থ্য সেৱাৰ পৰা। অঞ্চলটোত আজিলৈ স্থাপন কৰা নহ’ল এটা স্বাস্থ্য কেন্দ্ৰ।  যাৰ ফলত অঞ্চলটোৰ জনসাধাৰণে চিকিৎসা গ্ৰহণৰ বাবে প্ৰায় ২৫ কিলোমিটাৰ নিলগৰ বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়লৈ যাবলগীয়া হয়।

উল্লেখ্য যে অঞ্চলটোত এখনো স্বাস্থ্য কেন্দ্ৰ স্থাপন নকৰাত দীৰ্ঘ দিনৰ পৰাই স্থানীয় লোকসকল উন্নত চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হৈ আহিছে। তেনে স্থলত বৃহস্পতিবাৰে বিশ্বনাথৰ শামুক জুলি গাঁৱত চি আৰ পি এফৰ ৩০ নং বেটেলিয়নৰ কমাণ্ডেণ্ট (Commandant) দিনেশ সিং ছন্দেলে এটা এদিনীয়া স্বাস্থ্য শিৱিৰৰ উদঘাটন কৰে।

Apply Now

বিভিন্ন সময়ত চি আৰ পি এফে উক্ত অঞ্চলটোত চিভিল একশ্যন প্ৰ’গ্ৰাম (CIVIL ACTION PROGRAM) ৰ জৰিয়তে জনসাধাৰণৰ মাজত  সু-সম্পৰ্ক গঢ়ি তোলাৰ বাবে অনুস্থিত  কৰি আহিছে বিভিন্ন সামাজিক অনুষ্ঠান। আৰু ইয়াৰ লগত সংগতি ৰাখিয়ে কালি উক্ত এদিনীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠানটো অনুষ্ঠিত হয়।

এই স্বাস্থ্য শিৱিৰটো অনুষ্ঠিত কৰাৰ বাবে অঞ্চলটোৰ স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত বহু লোকে স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে ওলাই আহে। ৰাতিপুৱা ১০ বজাৰ অনুষ্ঠিত হোৱা এই স্বাস্থ্য শিৱিৰত উপস্থিত হয় কন-কন শিশুৰ পৰা বৃদ্ধলৈকে। এনে এক সমস্যাৰে জৰ্জৰিত অঞ্চলত কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচৰ অনুষ্ঠানটিক ধন্যবাদ জনাইছে স্থানীয় ৰাইজে।

প্ৰশ্ন হয় যে পাভৈ পঞ্চায়তৰ অন্তৰ্গত এনে এখন সীমান্তৱৰ্তী এলেকাত বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক সমস্যা সন্দৰ্ভত ৰাজহুৱা আবেদন নিবেদন কৰাৰ পাছতো আজি পৰ্য্যন্ত ৰাজ্য চৰকাৰে এখন স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ নকৰাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে।

“কেতিয়া সাৰ পাব ৰাজ্য চৰকাৰ নে চিকিৎসা সেৱাৰ পৰা সদায় এইদৰে বঞ্চিত হৈ থাকিব অঞ্চলবাসী?”  শামুক জুলিবাসীৰ মনত এতিয়া উদয় হৈছে এই প্ৰশ্নৰ।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd