DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুধাকণ্ঠলৈ ‘ভাৰত ৰত্ন’, শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 8, 2019 9:30 pm
20190808_201303

ফটো : নৰ্থ-ইষ্ট নাও

3.2k
VIEWS
Share on FacebookShare on Twitter

আজি বাস্তৱত পৰিণত হ’ল প্ৰতিজন অসমীয়াৰ সপোন। অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক মৰণোত্তৰ ভাৱে আজি প্ৰদান কৰা হয় দেশৰ সৰ্বোচ্চ সন্মান ‘ভাৰত ৰত্ন’ বঁটা। সন্ধিয়া ৬ বজাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভূপেনদাৰ পুত্ৰ তেজ হাজৰিকাক এই বঁটা প্ৰদান কৰে।

এই শুভ ক্ষণত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী। ভূপেনদাৰ অতি মৰমৰ শিৱসাগৰতো বিৰাজ কৰিছে আনন্দময় পৰিবেশ।

সন্ধিয়া ৭ বজাত শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু দিখৌপৰীয়া সন্মিলীত যুৱ সংঘৰ সহযোগত চহৰৰ মাজমজিয়াস্থিত দ’লমুখ চাৰিআলিৰ জয়দেৱাল খেমকা মাতৃ সদনৰ সন্মুখত থকা ‘ভাৰত ৰত্ন’ ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তিৰ সন্মুখত আয়োজন কৰা হয় এক সাংস্কৃতিক অনুষ্ঠান।

অনুষ্ঠানৰ আৰম্ভণিতে শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে ভূপেনদাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত  উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত বিদিত দাস, গড়কপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা অৰুণ গোস্বামী, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, পৌৰনেত্ৰী মৃদুস্মিতা সিনহাৰ লগতে বহু গণ্য মান্য ব্যক্তি।

সাংস্কৃতিক অনুষ্ঠানত শিৱসাগৰৰ অডিঅ’ চিটিৰ প্ৰায় ২০ গৰাকীৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ভূপেন হাজৰিকাদেৱৰ গীত পৰিবেশন কৰে।

অনুষ্ঠানৰ শেষত উপস্থিত সকলো ৰাইজৰ সৈতে অডিঅ’ চিটিৰ ছাত্ৰ-ছাত্ৰী সকলে থিয় হৈ মানুহে মানুহৰ বাবে গীত পৰিবেশন কৰে।

Recent News

Hiren Gohain

বিশ্বায়ন আৰু বিশ্বব্যাপি দাৰিদ্ৰ্য

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচন: ২৬ টা সমষ্টিৰ ভিতৰত ২২ টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ

Dog Helps Monkey

শত্ৰুতাৰ অৱসান; স্বাক্ষৰিত হ’ল মিত্ৰতাৰ চুক্তি! নিজ পিঠিত তুলি নতুন মিত্ৰক বিশেষ অভিযানত সহায়: চাওক ভিডিঅ’

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd