• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

SBI-ৰ জাননীলৈ সঁহাৰি দিবলৈ মাথোঁ এসপ্তাহ সময় বাকী; অন্যথা আপোনাৰ একাউণ্ট non-operational হৈ পৰিব

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2020 3:57 pm
SBI

প্ৰতিনিধিত্বমূলক ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ষ্টেইট বেংক অব ইণ্ডিয়াই ইয়াৰ কিছুমান গ্ৰাহকলৈ দিয়া জাননীৰ প্ৰতি সঁহাৰি দিবলৈ মাজত মাথোঁ এক সপ্তাহ সময় আছে। ২৮ ফেব্ৰুৱাৰিৰ ভিতৰত সঁহাৰি নিদিলে এইবোৰ একাউণ্ট বেংকটোৱে অচল (non-operational) কৰি তুলিব পাৰে।

বেংকটোৱে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ নীতিৰ দোহাই দি ইয়াৰ গ্ৰাহকসকলক ২৮ ফেব্ৰুৱাৰিৰ ভিতৰত তেওঁলোকৰ কে ৱাই চি সম্পূৰ্ণ কৰিবলৈ কৈছে।

Apply Now

২৮ ফেব্ৰুৱাৰি, ২০২০ তাৰিখৰ পূৰ্বে কে ৱাই চি আপডেইট নকৰা গ্ৰাহকসকলৰ বাবে বেংকৰ সেৱাৰ অব্যাহত নাথিকব বুলি জাননীত সকীয়াই দিয়া হৈছিল।

ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ নীতি মতে, Prevention of Money-Laundering Act-ৰ ব্যৱস্থাৱলী মতে, যেতিয়া এটা লেনদেন সম্পন্ন কৰা হয় বেংকবোৰে গ্ৰাহক চিনাক্তকৰণৰ নিৰ্ধাৰিত নিয়ম অনুসৰণ কৰিব লাগে।

ৰিজাৰ্ভ বেংকৰ ৱেবছাইটত উল্লেখ আছে যে ভাৰতৰ সকলো বেংকেই তেওঁলোকৰ গ্ৰাহকৰ কে ৱাই চি ২০২০ চনৰ ২৮ ফেব্ৰুৱাৰিৰ ভিতৰত আপডেইট কৰিব লাগিব আৰু এইটো কথা গ্ৰাহকসকলক জাননী যোগে বেংকে জনাব লাগিব।

গ্ৰাহকৰ কে ৱাই চি উন্নীত কৰাত বিফল হোৱা বেংকবোৰে জৰিমনাৰ সন্মুখীন হ’ব বুলিও এটা সূত্ৰত প্ৰকাশ।

এছ বি আইৰ সূত্ৰই জনোৱা মতে, বেংকটোৱে ইতিপূৰ্বে তেওঁলোকৰ গ্ৰাহকসকললৈ কে ৱাই চি আপডেইট কৰিবলৈ বাৰ্তা (মেছেজ) প্ৰেৰণ কৰিছে।

আনহাতে ২১ ফেব্ৰুৱাৰিত গুৱাহাটীত এখন সংবাদমেলত এছ বি আইৰ উত্তৰ-পূব চক্ৰৰ মুখ্য মহা প্ৰবন্ধক সুনীল কুমাৰ টেণ্ডনেও এই কথা সকীয়াই দি কয় যে যিসকলে জাননী পোৱাৰ পিছতো কে ৱাই চি আপডেইট নকৰে, তেওঁলোকৰ একাউণ্টৰ পৰা ধন উলিওৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হ’ব। অৱশ্যে জমা অব্যাহত ৰাখিব পাৰিব।

কে ৱাই চি আপডেইট কৰাৰ বাবে গ্ৰাহকসকলে তেওঁলোকৰ পৰিচয় আৰু ঠিকনা প্ৰমাণ কৰিব পৰা নথিৰ প্ৰতিলিপি (যিবোৰ বেংকৰ দ্বাৰা গ্ৰহণযোগ্য) দিব লাগিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd