DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গ্ৰাম্য দু:সাহসিক ক্ৰীড়া! : ডাকৰঘাটত পানীৰ ওপৰত চাইকেল চলোৱা প্ৰতিযোগিতা

মিণ্টু দাস by মিণ্টু দাস
December 30, 2018 11:35 pm
bebe3d4a-0bdb-4832-95dc-a4731e9e7923

দেওবাৰে ডাকৰঘাটত অনুষ্ঠিত পানীৰ ওপৰত চাইকেল চলোৱা প্ৰতিযোগিতা। ফটো : নৰ্থইষ্ট নাও

341
VIEWS
Share on FacebookShare on Twitter

নৱৰ্বষৰ প্ৰাক্ক্ষণত নগাঁৱৰ ডাকৰঘাটত যুৱ কংগ্ৰেছৰ উদ্যোগত আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় আকৰ্ষণীয় পানীৰ ওপৰত চাইকেল চলোৱা প্ৰতিযোগিতা।

নগাঁৱৰ ডাকৰঘাট গাঁও পঞ্চায়তৰ নবনিৰ্বাচিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক উস্ম আদৰণি জনোৱাৰ উদ্দেশ্যেই  দিনযোৰা কাৰ্যসূচীৰে ডাকৰঘাট যুৱ কংগ্ৰেছে আয়োজন কৰে আকৰ্ষণীয় পানীৰ ওপৰত চাইকেল চলোৱা প্ৰতিযোগিতা।

নগাঁও জিলাত পোনপ্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ২০০ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। আকৰ্ষণীয় প্ৰতিযোগিতা  চাবলৈ  বিভিন্ন অঞ্চলৰ মানুহে ভিৰ কৰা পৰিলক্ষিত হয়।

প্ৰতিযোগিতাখনত পানীৰ ওপৰত থকা এডাল কাঠৰ ওপৰৰে চাইকেল লৈ পাৰ হ’বলৈ গৈ বহু প্ৰতিযোগী পানীত পৰে যদিও কেইবাগৰাকীও প্ৰতিযোগী পানীৰ ওপৰত থকা কাঠৰ ওপৰৰে অনায়সে পাৰ হৈ যায়। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰতিযোগীসকলো উৎসাহিত হৈ পৰে।

আকৰ্ষণীয় প্ৰতিযোগিতাখনিৰ পুৱা শুভ উদ্বোধন কৰে প্ৰাক্তন বিধায়ক ডা: দুৰ্লভ চমুৱাই। লগতে উপস্থিত থাকে পাখিমৰীয়া জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্য দিপীকা শ‌ইকীয়া, ডাকৰঘাট গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰাবিয়া খাতুন, চিৰাজুল হক প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল।

প্ৰতিযোগিতাখনত  প্ৰথম পুৰস্কাৰ লাভ কৰে প্ৰাচুৰ্যপ্ৰাণ ঠাকুৰীয়াই। আনহাতে, দ্বিতীয় পুৰস্কাৰ আৰু তৃতীয় পুৰস্কাৰ ক্ৰমে দিপাশুং বৰা আৰু বাবুল হুছেইনে লাভ কৰে।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd