• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰষুণৰ আগলি বতৰা।। গুৱাহাটী-উজনি-নামনি-বৰাক উপত্যকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 5, 2019 2:08 pm

2 min read

Cyclone Fani: Weather forecast for Assam, Guwahati, North Lakhimpur, Dibrugarh, Silchar, Bongaigaon, Barak Valley, Upper Assam

গুৱাহাটীত শনিবাৰে বৰষুণৰ মাজত এটি কণমানি আৰু অভিভাৱক। ছবি-- ইউ বি।

2k
VIEWS
Share on FacebookShare on Twitter

ফেনিয়ে অসমত শনিবাৰলৈকে বিশেষ ক্ষয়-ক্ষতি কৰা নাই যদিও নগৰৰ ফুটপাথৰ ব্যৱসায়ীৰ পৰা কাৰ্য্যালয়, কলেজলৈ যোৱাসকলৈকে সকলোৰে চিন্তা এতিয়া– বৰষুণ এৰিব কেতিয়া?

আমি আপোনালোকলৈ আগবঢ়াইছো আগন্তুক তিনিদিনৰ বাবে গুৱাহাটীকে ধৰি উজনি, নামনি আৰু বৰাক উপত্যকাত বতৰৰ আগলি বতৰা।

ৰাজধানী গুৱাহাটীৰ লগতে বতৰৰ আগতীয়া জাননীৰ বাবে ডিব্ৰুগড়, উত্তৰ লখিমপুৰ, শিলচৰ আৰু বঙাইগাওঁ সদৰ বাচি লোৱা হৈছে। কাষৰীয়া জিলাবাসীয়েও সংশ্লিষ্ট সদৰকেইখনৰ ৰিজনিৰে নিজ ঠাইৰ বতৰৰ অনুমান কৰিব পাৰিব।

 

গুৱাহাটী

মঙলবাৰে গুৱাহাটীত বৰষুণৰ সম্ভাৱনা (probability/ precipitation) শূন্য।

দেও আৰু সোমবাৰে আকাশত ডাৱৰ থাকিব, কিন্তু শনিবাৰৰ দৰে নেৰানেপেৰা বৰষুণ নাথাকে, বৰষুণৰ সম্ভাৱনা ২০ শতাংশ। বতাহৰ গতি ১৮ কিঃ মিঃ/ ঘণ্টা।

এই তিনিদিনত সৰ্বোচ্চ তাপমান থাকিব ৩৩ দিগ্ৰী আৰু সৰ্বনিম্ন ২২ দিগ্ৰী ছেলছিয়াছ।

 

উত্তৰ লখিমপুৰ

উত্তৰ লখিমপুৰত দেওবাৰেও নেৰানেপেৰা বৰষুণ থাকিব, সোমবাৰে কিছু কমিব কিন্তু বতৰ দঙাৰ আশা নাই।

মঙলবাৰে আকাশত ডাৱৰ থাকিব, কিন্তু বৰষুণৰ সম্ভাৱনা মাত্ৰ ২০ শতাংশ।

ঠাইখনত এই তিনিদিনৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ’ব ক্ৰমে ৩০ আৰু ২২ দিগ্ৰী ছেলছিয়াছ।

 

ডিব্ৰুগড়

ডিব্ৰুগড়তো মঙলবাৰেহে বতৰ দঙাৰ আশা আছে, বৰষুণৰ সম্ভাৱনা মাত্ৰ ১০ শতাংশ। দেওবাৰে বৰষুণ নেৰানেপেৰা থাকিব, সোমবাৰে সামান্য কমিব।

এই তিনিটা দিনত ডিব্ৰুগড়ৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা থাকিব ক্ৰমে ২৯ আৰু ২১ দিগ্ৰী ছেলছিয়াছ।

 

বঙাইগাওঁ

বঙাইগাঁৱত মঙলবাৰে বৰষুণৰ সম্ভাৱনা কম, মাত্ৰ ১০ শতাংশ। কিন্তু দেও আৰু সোমবাৰে বৰষুণ অব্যাহত থাকিব। সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ’ব ক্ৰমে ৩২ আৰু ২২ দিগ্ৰী ছেলছিয়াছ।

 

শিলচৰ

বৰাক উপত্যকাৰ প্ৰধান চহৰখনত দেও আৰু মঙলবাৰে বৰষুণ অব্যাহত থাকিব। সোমবাৰে আকাশত ডাৱৰ থাকিব, বৰষুণৰ সম্ভাৱনা ২০ শতাংশ।

সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা হ’ব ক্ৰমে ৩৩ আৰু ২৩ দিগ্ৰী ছেলছিয়াছ।

 

(সৌজন্য– weather.com, google)

Recent News

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd