• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ষমা বিচাৰিলে দালাই লামাই! কিশোৰৰ ওঁঠত চুম্বন বিতৰ্কক লৈ কি ক’লে ধৰ্মগুৰুগৰাকীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 10, 2023 3:56 pm
দালাই লামা। ফাইল ফটো:  সংগ্ৰহীত।

দালাই লামা। ফাইল ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৌদ্ধ  ধৰ্মগুৰু দালাই লামাই এজন কিশোৰক ওঁঠত চুমা খাই বিতৰ্কত জড়িত হৈ পৰিছিল। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। য’ত বৌদ্ধ গুৰুগৰাকীয়ে কোৱা শুনা যায়, “তুমি মোৰ জিভাখন চুহি দিব পাৰিবানে?”

ভিডিঅ’টো পোহৰলৈ অহা লগে লগে বিশ্বজুৰি তোলপাৰ লাগে। বহুতে লামাৰ বিৰুদ্ধে শিশু নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। সোমবাৰে শান্তি নোবেল বঁটা বিজয়ী আধ্যাত্মিক গুৰুৱে এই ঘটনাৰ বাবে কিশোৰটি আৰু তেওঁৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছে।

লগতে পঢ়ক: সাৱধান! ঘণ্টাৰ পিছত ঘণ্টা মোবাইল স্ক্ৰীণত চকু, বৃদ্ধি পায় মেৰুদণ্ডৰ ৰোগ; কৈছে গৱেষণাই

Apply Now

এটা ভাইৰেল ভিডিঅ’ত লামাগৰাকীক কেইবাজনো বৌদ্ধ সন্ন্যাসীৰ সৈতে এক অনুষ্ঠানত বহি থকা দেখা গৈছে। অনুষ্ঠানৰ মুখ্য অতিথিক সম্বৰ্ধনা জনাবলৈ আহিছিল এজন কিশোৰ। সেই সময়ত ধৰ্মগুৰুগৰাকীয়ে তেওঁৰ গালত ধৰি ওঁঠত চুমা খায়। তাৰ পিছত জিভাখন উলিয়াই দিয়ে। ভিডিঅ’টোত তেওঁৰ কথাও শুনা যায়, “মোৰ জিভাখন চুহি দিব পাৰিবানে?”

pic.twitter.com/vlmUbI4vqz

— Dalai Lama (@DalaiLama) April 10, 2023

ভিডিঅ’টো পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ বিশ্বৰ লামাৰ অনুৰাগীসকল অতি অস্বস্তিত পৰে। বহুতে প্ৰশ্ন উত্থাপন কৰিলে, কিশোৰজনৰ লগত আধ্যাত্মিক গুৰুজনে কিয় এনে আচৰণ কৰিলে? কিছুমানে শিশু নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ‘দালাই লামাই এজন ভাৰতীয় কিশোৰক চুমা খাইছে। আনকি, জিভাখন স্পৰ্শ কৰিব বিচাৰিছে। তেওঁক কথাটো স্পষ্টকৈ কোৱা শুনা গৈছে, কিন্তু তেওঁ কিয় এইটো কৰিলে?”

লগতে পঢ়ক: ক’ৰ পৰা আহিল? কৰিমগঞ্জৰ সোণবিলত উদ্ধাৰ এটি বিপন্ন ‘স্লো লৰিছ’।

শেষত এই সমগ্ৰ ঘটনাৰ বাবে দালাই লামাই কিশোৰ আৰু তেওঁৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিলে। লামাৰ আশ্ৰমৰ মতে কিশোৰজনৰ সৈতে তেওঁৰ সাক্ষাৎ  “এক অতি পবিত্ৰ আৰু ধেমেলীয়া ভাৱে হৈছিল”। দীঘলীয়া বিবৃতিটোত কোৱা হৈছে যে ‘’শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত এজন কিশোৰে দালাই লামাৰ পৰা আলিংগন বিচাৰি ভিক্ষা কৰিছে। পৰম পূজনীয় দালাই লামাই  কিশোৰ আৰু তেওঁৰ পৰিয়াল তথা বিশ্বৰ তেওঁৰ ভক্তসকলৰ ওচৰত ক্ষমা বিচাৰিছে। কিয়নো তেওঁৰ কথাত বহুতেই আঘাত পাইছিল। যদিও ধৰ্মগুৰুগৰাকীয়ে এনেদৰেই পৱিত্ৰভাৱে আৰু ধেমেলীয়া ধৰণেৰে মানুহৰ সৈতে সাক্ষাৎ কৰি থাকে। আনকি ৰাজহুৱা স্থানত, কেমেৰাৰ সন্মুখতো। গোটেই ঘটনাটোৰ বাবে তেওঁ অনুতপ্ত।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd