• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাত্ৰ ডেৰ হাজাৰ টকাৰ বাবে উলংগ কৰি মাৰপিট দলিত মহিলাক; প্ৰস্ৰাৱ খাবলৈও কৰা হ’ল বাধ্য!

এন ই নাও নিউজ, পাটনা by এন ই নাও নিউজ, পাটনা
September 25, 2023 2:20 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ্থিক অনাটনৰ বাবে হঠাৎ টকাৰ প্ৰয়োজন হৈ পৰা চিনাকি লোক এজনৰ পৰা ১৫০০ টকা ধাৰলৈ লৈছিল। সুত সহ টকাখিনি ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সেইমতে টকাখিনি তেওঁ কেইমাহমানৰ ভিতৰতে পৰিশোধ কৰিও দিছিল। কিন্তু এয়া কি, সুত যে শেষেই নহয়! সুতৰ সৈতে ঋণ পৰিশোধ কৰাৰ পিছতো বাৰে বাৰে টকাৰ বাবে চাপ দিয়া হৈছিল।

সেই ধন দিবলৈ অস্বীকাৰ কৰাৰ বাবে এগৰাকী দলিত মহিলাক নৃশংসভাৱে নিৰ্যাতন কৰা হ’ল। সকলোৰে সন্মুখত তেওঁক বলপূৰ্বকভাৱে উলংগ কৰি প্ৰহাৰ কৰা হ’ল, আনকি অভিযুক্ত পিতৃ-পুত্ৰৰ প্ৰস্ৰাৱ পান কৰিবলৈও বাধ্য কৰা হ’ল। বিহাৰৰ পাটনাত সংঘটিত হৈছে এই জঘণ্য ঘটনা।

লগতে পঢ়ক: ক্লিনিকত গোটেই নিশা চলিছিল এচি; অত্যধিক ঠাণ্ডাত মৃত্যু ২ নৱজাতকৰ

Apply Now

আৰক্ষীয়ে জনোৱা মতে, গুৰুতৰভাৱে আহত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ অৱস্থা সংকটজনক।

আনহাতে, ঘটনা পোহৰলৈ অহাৰ পিছতে অঞ্চলটোত ব্যাপক উত্তেজনাৰ সৃষ্টি হয়। ন্যায়ৰ বাবে দলিত মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰে। অৱশ্যে ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে অভিযুক্ত দুজন। তেওঁলোকক বিচাৰি তালাচী অভিযান আৰম্ভ কৰা হৈছে।

জানিব পৰা মতে, শনিবাৰে নিশা প্ৰায় ১০ বজাত অভিযুক্ত প্ৰমোদ সিং আৰু তেওঁৰ পুত্ৰ অংশু দলিত মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰে। তেওঁলোকৰ লগত আৰু চাৰিজন লোক আছিল। অভিযুক্তসকলে বলপূৰ্বকভাৱে মহিলাগৰাকীক তেওঁলোকৰ ঘৰলৈ লৈ আহে। তাত তেওঁক তীব্ৰ নিৰ্যাতন চলোৱা হয়।

লগতে পঢ়ক: গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

তেওঁলোকে বলপূৰ্বক কাপোৰ খুলি মহিলাগৰাকীক লাঠিৰে প্ৰহাৰ কৰিছিল। ইয়াৰ পিছতে প্ৰমোদ সিঙে পুত্ৰ অংশুক মহিলাগৰাকীৰ মুখত প্ৰস্ৰাৱ কৰিবলৈ নিৰ্দেশ দিয়ে। পিছত মহিলাগৰাকী কেনেবাকৈ তাৰ পৰা পলাই ঘৰ পায়।

মহিলাগৰাকীয়ে পৰিয়ালৰ সদস্যক লগত লৈ গৈ আৰক্ষীক অভিযোগ দিয়ে। অভিযোগত তেওঁ কয় যে কিছু মাহ পূৰ্বে তেওঁ প্ৰমোদৰ পৰা ১৫০০ টকা ধাৰ লৈছিল। সুত সহ টকাখিনি ঘূৰাইও দিলে। কিন্তু তাৰপিছতো অভিযুক্ত ক্ষান্ত নহ’ল। মহিলাগৰাকীক আৰু টকা বিচাৰি হেঁচা দিয়ে। ভুক্তভোগী মহিলাগৰাকীয়ে ধন দিবলৈ অস্বীকাৰ কৰাৰ বাবে অভিযুক্তই তেওঁক নগ্ন কৰি গাঁৱত ঘূৰাই ফুৰোৱাৰ ভাবুকিও দিয়ে।

লগতে পঢ়ক: ১২০ কোটি মাইল দূৰৰ গ্ৰহাণুৰ পৰা ২৫০ গ্ৰাম ধূলি-শিল লৈ পৃথিৱীলৈ উভতি আহিল নাছাৰ মহাকাশযান

দলিত মহিলাগৰাকীয়ে অভিযোগ কৰে যে তেওঁ এই বিষয়ে পূৰ্বে আৰক্ষীক খবৰ দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। ঘটনাৰ পিছৰে পৰা অভিযুক্ত পিতৃ-পুত্ৰ পলাতক হৈ আছে। তেওঁলোকৰ সন্ধানত অভিযান চলি আছে।

এন ই নাও নিউজ, পাটনা

এন ই নাও নিউজ, পাটনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd