• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ : এগৰাকী শিল্পীয়ে পথৰ কাষত হাৰমনিয়াম লৈ গীত গাই গাই সংগ্ৰহ কৰা ধনেৰে পথ মেৰামতিৰ বাবে কিনিলে দহ ট্ৰাক শিল

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 10, 2019 8:45 pm
Screenshot_20190610_193640

পথাৰ শিল্পী লোহিত গগৈ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্ঘেৰিটাৰ মহকুমাৰ লিডুৰ টিৰাপ কলিয়ৰীৰ ৩১৫নং ৰাষ্ট্ৰীয় ঘাই পথত পথাৰ শিল্পী লোহিত গগৈয়ে হাৰমনিয়াম লৈ গীত গাই গাই পথচাৰী, যান বাহনৰ চালক তথা আৰোহীৰ পৰা জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ বাবে অনুদান সংগ্ৰহ কৰে।

গীত গাই  গাই সংগ্ৰহ কৰা ধনেৰে অতি ভয়াবহ ৰূপ ধাৰণ কৰা ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে শিল্পীগৰাকী আৰু তেওঁৰ সংগীসকলে। শিল্পীগৰাকীয়ে গীতেৰে এনেদৰে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিকী প্ৰতিবাদ সাব্যস্ত কৰাই নহয় লগতে তেওঁ সংগৃহীত ধনেৰে দহ ট্ৰাক শিল কিনি পথৰ কিছু অংশ মেৰামতিৰো ব্যৱস্থা কৰে।

Apply Now

উল্লেখযোগ্য যে, বিগত প্ৰায় তিনিবছৰ ধৰি পথটোৰ বিভিন্ন অংশত দ গাত হৈ পুখুৰী সদৃশ পৰিবেশৰ সৃষ্টি হৈছে। বাৰিষা হ’লে ৰাষ্ট্ৰীয় ঘাইপথছোৱা বোকা-পানীৰে অতি ভয়াবহ ৰূপ ধাৰণ কৰাৰ বিপৰীতে খৰালি কালত ধূলিৰে ভৰি পৰে।

ভৰ বাৰিষাৰ পূৰ্বে এইবাৰ পথছোৱা মেৰামতি নকৰিলে মাৰ্ঘেৰিটাৰ লগত অসমৰ বাকী অঞ্চলৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। মাৰ্ঘেৰিটা বিধানসভাৰ অন্তৰ্গত লিডুৰ পৰা টিৰাপ কলিয়ৰীলৈ জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথে তিনিবছৰে অঞ্চলটোৰ ৰাইজক জ্বলা-কলা খুৱাই অহাৰ লগতে পথছোৱাত দুৰ্ঘটনাৰ মাত্ৰা বৃদ্ধি পাইছে।

আনাহাতে, পথ মেৰামতিৰ বাবে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰি অহাৰ লগতে সময়ে সময়ে মুখ্য মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰি আহিছে যদিও সকলো ফুটুকাৰ ফেঁনত পৰিণত হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ দায়িত্বভাৰ গ্ৰহণ কৰি ৭ জুনত ৰামেশ্বৰ তেলীয়ে সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীক সাক্ষাৎ কৰি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ  সমূহৰ মেৰামতি আৰু নিৰ্মাণৰ বাবে দাবী জনাব বুলি উল্লেখ কৰিছিল।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd