DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Operation Against Drugs: অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সষ্টম দৰঙামেলা আৰক্ষী; নিষিদ্ধ কেপচুলসহ এজনক আটক

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
December 3, 2021 12:12 pm
Darangamela police

ফটো: নৰ্থইষ্ট নাও।

142
VIEWS
Share on FacebookShare on Twitter

Operation Against Drugs বাক্সাৰ তামুলপুৰ মহকুমাৰ দৰঙামেলা আৰক্ষীৰ ড্ৰাগছ, জুৱা আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে  তীব্ৰতৰ কৰি তুলিছে অভিযান।

বৃহস্পতিবাৰে গোপন সূত্ৰৰ পম খেদি দৰঙামেলা আৰক্ষীৰ এটি দলে ভূটান সীমান্তৰ এন কে দৰঙ্গাৰ গেৰেজ লাইনত অভিযান চলায়।

অভিযানত আৰক্ষীৰ দলটোৱে মোবাৰক আলী নামৰ লোক এজনক আটক কৰে।

Also Read: টীয়কৰ উত্তৰ দুলীয়া গাঁৱত ক’ভিড ভেকচিন লৈ এগৰাকী বৃদ্ধাৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ

মোবাৰকৰ জিম্মাৰ পৰা আৰক্ষীয়ে নিষিদ্ধ এছ পি কেপচুলৰ দুটা বাকচত মুঠ ২৮৮ টা নিচাযুক্ত কেপচুলৰ লগতে এটা মোবাইল ফোন আৰু নগদ ৩০০০ টকা জব্দ কৰে।

মোবাৰকৰ ঘৰ এন কে দৰঙ্গাৰ গেৰেজ লাইনত।

মোবাৰকৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰা হৈছে। 

Recent News

Himanta Biswa Sarma Vs Manish Sisodia: দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Himanta Biswa Sarma Vs Manish Sisodia: দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Supreme Court slams Nupur Sharma: ‘দেশত যি ঘটিছে তাৰ বাবে একমাত্ৰ নুপুৰ শৰ্মা দায়ী’: উচ্চতম ন্যায়ালয়ৰ তীব্ৰ ভৎৰ্সনা

Supreme Court slams Nupur Sharma: ‘দেশত যি ঘটিছে তাৰ বাবে একমাত্ৰ নুপুৰ শৰ্মা দায়ী’: উচ্চতম ন্যায়ালয়ৰ তীব্ৰ ভৎৰ্সনা

Health benefits of the Indian blackberry: এতিয়া জামু খোৱাৰ বতৰ; তাৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক

Health benefits of the Indian blackberry: এতিয়া জামু খোৱাৰ বতৰ; তাৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক

Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd