• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2021 3:34 pm
Andhra_murder_25012021
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক শিহৰণকাৰী ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশকে ।

যিটো সময়ত বিজ্ঞানৰ উন্নতিৰ হাত ধৰি মানুহ দোপতদোপে আগুৱাই গৈছে সেই সময়তে সমাজৰ একাংশ শিক্ষিত লোক এতিয়াও অন্ধবিশ্বাসৰ মাজত বুৰ গৈ আছে।

Apply Now

শেহতীয়াকৈ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈয়েই এহাল শিক্ষক দম্পতিয়ে তেওঁলোকৰ দুই উচ্চ শিক্ষিতা কন্যাক বলি দিয়াৰ ঘটনা পোহৰলৈ আহিছে।

গাৰ নোম শিঁয়ৰি উঠা এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ শিৱনগৰ মাদানাপাল্লা নামৰ অঞ্চলটোত।

উক্ত অঞ্চলৰ বাসিন্দা পদ্মজা নাইডু আৰিু পুৰোষত্তম নাইডুৱে তেওঁলোকৰ দুই কন্যা ক্ৰমে ২৭ বছৰীয়া আলেখ্যা আৰু ২২ বছৰীয়া দিব্যাক ঈশ্বৰক সন্তুষ্ট কৰাৰ বাবেই হত্যা কৰাৰ কথাই সকলোকে স্তম্ভিত কৰি তুলিছে।

যুৱতী দুগৰাকীৰ মাতৃ পদ্মজা নাইডু স্থানীয় কন্যা মহাবিদ্যালয় এখনৰ অধ্যক্ষা। আনহাতে ডাঙৰ জীয়ৰী আলেখ্যাই ভূপালৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে সৰু জীয়ৰী দিব্যা বিবিএ পৰীক্ষা দিছিল।

লকডাউনৰ সময়ৰে পৰাই দুই কন্যাই ঘৰতে আছিল।

নাইডু পৰিয়ালৰ চুবুৰীয়াই  নাইডুৰ ঘৰৰ পৰা কেতবোৰ অদ্ভুত শব্দ ভাঁহি অহা শুনিবলৈ পাই কিবা সন্দেহ কৰিবলৈ ধৰিছিল আৰু সেই বিষয়ে আৰক্ষীক অৱগত কৰিছিল।

আৰক্ষীয়ে স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত নাইডুৰ ঘৰত অভিয়ান চলাবলৈ যায় যদিও নাইডু দম্পতিয়ে আৰক্ষীক ঘৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা দিয়ে। আৰক্ষীয়ে বলপূৰ্বক ঘৰত প্ৰৱেশ কৰি আচৰিত হৈ পৰে।

আৰক্ষীয়ে দেখে যে পূজা কৰা ঘৰৰ কাষতে মৃত অস্থাত পৰি ৰৈছে দুই কন্যাৰ দেহ।এটা মৃতদেহ ৰঙা কাপোৰেৰে ঢকা অৱস্থাত আছিল।

আৰক্ষীয়ে লগে লগে নাইডু দম্পতিক আটক কৰি জেৰা আৰম্ভ কৰে।

আৰক্ষীৰ জেৰাত নাইডু দম্পতিয়ে প্ৰকাশ কৰে যে ভগৱানক সন্তুষ্ট কৰাৰ বাবেই তেওঁলোকে নিজৰ দুই কন্যাক মূৰত আঘাত কৰি হত্যা কৰিছে।

ভগৱানে তেওঁলোকক কৈছিল যে মৃত্যুৰ পিছদিনাই দুই  কন্যাই পুনৰ জনম লাভ কৰিব আৰু তেওঁলোকৰ জীৱন অতি সুখৰ হ’ব।

তেওঁলোকৰ বলিদানে ভগৱানক সন্তুষ্ট কৰিব বুলিও ভগৱানে কোৱা বুলি নাইডু দম্পতিয়ে আৰক্ষীক কৈছিল।

এটা শিক্ষিত পৰিয়ালত খোপনি পোতা এনে অন্ধবিশ্বাসে এতিয়া সকলোকে ভবাই তুলিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd