• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পিতৃৰ দৰে নহয়, বিৰাট কোহলিৰ দৰে হ’ব খোজে ডেভিড ৱাৰ্ণাৰৰ চাৰি বছৰীয়া কন্যাই

এন ই নাও নিউজ by এন ই নাও নিউজ
November 20, 2020 8:18 am
WhatsApp Image 2020-11-19 at 8.19.51 PM

ডেভিড ৱাৰ্ণাৰৰ চাৰিবছৰীয়া কন্যা ইণ্ডি ৰে'।

3.1k
VIEWS
Share on FacebookShare on Twitter

আন্তৰ্জাতিক ক্ৰিকেটৰ বিস্ফোৰক বেটছমেন অষ্ট্ৰেলিয়াৰ ডেভিড ৱাৰ্ণাৰৰ কন্যা ইণ্ডি ৰে’ বিৰাট কোহলিৰ অনুৰাগী। ৱাৰ্ণাৰৰ পত্নী কেণ্ডিছে জানিবলৈ দিয়ে এই কথা।

ৰেডিঅ’ টকশ্ব’ এটাত ৱাৰ্ণাৰৰ পত্নী কেণ্ডিছে জানিবলৈ দিয়ে যে তেওঁলোকৰ মাজু কন্যা ইণ্ডি ৰে’ৰ প্ৰিয় ক্ৰিকেটাৰ হৈছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি।

নিজৰ ভনীয়েকসকলৰ সৈতে ঘৰত ক্ৰিকেট খেলাৰ সময়ত ইণ্ডি ৰে’ সদায় বিৰাট কোহলিৰ দৰে হ’ব খোজে।

অৱশ্যে, ৱাৰ্ণাৰৰ আন দুগৰাকী কন্যা আইভি আৰু ইছলাই ডেভিড ৱাৰ্ণাৰ আৰু এৰন ফিঞ্চৰ মাজৰ কোনোবা এজনক অনুকৰণ কৰে।

কেণ্ডিছে কয়,’’আমি ঘৰৰ চোতালত কেতিয়াবা কেতিয়াবা ক্ৰিকেট খেলো। আমাৰ দুগৰাকী কন্যাই মাজে মাজে দেউতাকৰ দৰে হ’ব বিচাৰে আকৌ কেতিয়াবা ফিঞ্চৰ দৰে হ’ব খোজে। পিচে, আমাৰ মাজু কন্যাই সকলো সময়তে বিৰাট কোহলিৰ দৰে হ’ব খোজে। মই অলপো ৰগৰ কৰা নাই। তাইৰ প্ৰিয় ক্ৰিকেটাৰ হৈছে বিৰাট কোহলি।‘’

"Classic middle child!" 😂 | @CandiceWarner31 reveals her middle child's favourite player is Virat Kohli! pic.twitter.com/lkNKtdIae5

— Triple M Sydney 104.9 (@TripleMSydney) November 18, 2020

উল্লেখ্য যে যোৱা বছৰ ৱাৰ্ণাৰ আৰু কেণ্ডিছ দুয়োৱে ছচিয়েল মিডিয়াত তেওঁলোকৰ কন্যাৰ ক্ৰিকেট খেলাৰ ভিডিঅ’ প’ষ্ট কৰিছিল। তাতো আন দুজনী ভনীয়েকৰ মুকত দেউতাক তথা অষ্ট্ৰেলিয়াৰ কথা শুনা গৈছিল যদিও ইণ্ডিয়ে স্পষ্টকৈ কৈছিল ‘মই বিৰাট কোহলি’।

কেণ্ডিছে তেতিয়া ভিডিঅ’টোৰ কেপশ্যনত লিখিছিল,’’এই সৰু ছোৱালীজনীয়ে ভাৰতত অধিক সময় কটাইছে। সেয়েহে তাই বিৰাট কোহলিৰ দৰে হ’ব খোজে।‘’

Recent News

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd