• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বাল্য বিবাহ সংশোধনী বিধেয়ক, ২০২১ ৰ আলোচনাৰ বাবে গঠিত পেনেল পুনৰ গঠনৰ আহ্বান মহিলা আয়োগৰ মুৰব্বীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2022 7:32 pm
Child Marriage Amendment Bill 2021
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী মহিলা আয়োগৰ (DCW) মুৰব্বী স্বাতী মালিৱালে বাল্য বিবাহ সংশোধনী বিধেয়ক, ২০২১ ৰ আলোচনাৰ বাবে গঠন কৰা সংসদীয় পেনেল পুনৰ গঠনৰ আহ্বান জনাইছে। মঙলবাৰে ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুলৈ এখন পত্ৰ লিখি এই আহ্বান জনায় মালিৱালে।

মহিলা আয়োগে ৩১ জনীয়া সমিতিত মাত্ৰ এগৰাকী মহিলা সাংসদক অন্তৰ্ভুক্ত কৰাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে আৰু অধিক মহিলা সাংসদক সদস্য হিচাপে লৈ সমিতি পুনৰ গঠনৰ দাবী জনায়।

Apply Now

মালিৱালে দাবী কৰে যে ছোৱালীৰ বিবাহযোগ্য বয়স ১৮ ৰ পৰা ২১ লৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে বিধেয়কখনৰ আলোচনাৰ বাবে গঠন কৰা এই পেনেলখন এগৰাকী মহিলাৰ অধ্যক্ষতা কৰিব লাগিব কিয়নো বিষয়টো কোটি কোটি মহিলাৰ ভৱিষ্যতৰ বাবে অবিচ্ছেদ্য।

তদুপৰি তেওঁ বাল্য বিবাহ বিৰোধী আইন ৰূপায়ণত সংস্থাসমূহৰ ব্যৰ্থতাৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰে আৰু বিষয়টোত ব্যাপক পৰামৰ্শ আৰু মূল্যায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

जो संसदीय कमिटी लड़कियों की शादी की उम्र बढ़ाने पे निर्णय लेगी, उसमें 30 पुरुष & सिर्फ़ 1 महिला MP है! मैंने राज्यसभा अध्यक्ष श्री वेंकैय्या नायडू जी को इस पर पत्र लिखा है। महिलाओं के इस गम्भीर मुद्दे पे कमिटी का पुनर्गठन करें जिसमें अध्यक्ष महिला हो और ज़्यादातर MP भी महिला हों! pic.twitter.com/2SwsOZVzl0

— Swati Maliwal (@SwatiJaiHind) January 4, 2022

স্বাতী মালিৱালে কয়, “আধাতকৈ অধিক মহিলা সাংসদ আৰু এগৰাকী মহিলা অধ্যক্ষৰ সৈতে বাল্য বিবাহ সংশোধনী বিধেয়ক, ২০২১ পৰীক্ষাৰ বাবে গঠন কৰা সংসদীয় স্থায়ী সমিতি পুনৰ গঠনৰ বাবে মই ৰাজ্যসভাৰ অধ্যক্ষলৈ এখন পত্ৰ লিখিছো। এইটো দুখজনক যে বৰ্তমানৰ সমিতিখনত ৩০ জন পুৰুষৰ মাজত মাত্ৰ এগৰাকী মহিলা আছে! এইটো এটা সংবেদনশীল বিষয় আৰু ই কোটি কোটি মহিলাৰ জীৱনত প্ৰভাৱ পেলাব। সেয়েহে, মহিলাৰ নেতৃত্বত এক বিস্তৃত আৰু পৰামৰ্শমূলক প্ৰক্ৰিয়াৰ জৰিয়তে ইয়াৰ সিদ্ধান্ত ল’ব লাগিব।”

কোটি কোটি মহিলা আৰু ছোৱালীৰ জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলোৱা বিষয় এটা পুৰুষৰ এটা গোটে কেনেকৈ নিৰ্ণয় কৰিব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে মালিৱালে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd