• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোমহৰ্ষক! : মূক আৰু বধিৰ ১৫ বছৰীয়া কিশোৰীক গণধৰ্ষণ কৰি চোকা অস্ত্ৰেৰে চকু ঘুঁকটিলে ধৰ্ষণকাৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2021 8:54 pm
156314-girlfb
322
VIEWS
Share on FacebookShare on Twitter

এগৰাকী ১৫ বছৰীয়া মূক আৰু বধিৰ কিশোৰীক তিনিজন লোকে গণধৰ্ষণ কৰাৰ ঘটৱা পোহৰলৈ আহিছে।

ঘটনাটো সংঘটিত হৈছে বিহাৰৰ মধুবানী জিলাৰ এখন গাঁৱত।

বুধবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ অনুসৰি ১৫ বছৰীয়া মূক আৰু বধিৰ কিশোৰীগৰাকীক তিনিজন লোকে গণধৰ্ষণ কৰি দুয়োটা চকুকে চোকা অস্ত্ৰেৰে ঘুঁকটিয়াই পেলায়।

চিকিৎসকৰ উদ্ধৃতিৰে আৰক্ষীয়ে প্ৰকাশ কৰিছে যে ইয়াৰ ফলত কিশোৰী গৰাকীৰ দুয়োটা চকুৱেই সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে।

মংগলবাৰে ঘটনাটো সংঘটিত হোৱাৰ পিছতে কিশোৰীগৰাকীক গাঁৱৰ সমীপৰ এখন গেজিং পথাৰৰ পৰা উদ্ধাৰ কৰা হয় বুলি আৰক্ষী বিষয়া সত্য প্ৰকাশে জানিবলৈ দিছে।

গঞাই প্ৰকাশ কৰা অনুসৰি কিশোৰীগৰাকীয়ে গাঁৱৰ অন্যান্য শিশু-কিশোৰ-কিশোৰীৰ সৈতে গেজিঙতে খেলা ধূলা কৰি আছিল। তাৰ পৰাই কিশোৰীগৰাকী নিৰুদ্দেশ হয় আৰু পিছত গেজিঙৰ ভিতৰত অচেতন অৱস্থাত পৰি থকা আৱিস্কাৰ কৰে।

লগে লগে তেওঁলোকে কিশোৰীগৰাকীৰ পৰিয়ালক খবৰ দিয়ে। ইয়াৰ পিছতে কিশোৰীগৰাকীক চিকিৎসাৰ বাবে মধুবানী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে কিশোৰীগৰাকী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

ইতিমধ্যে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত তিনিজনক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd