• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিকিমৰ বানত মৃত্যুৰ সংখ্যা ১৯লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ১০০ৰো অধিক; অব্যাহত উদ্ধাৰ অভিযান

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2023 8:51 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সেনা আৰু এন ডি আৰ এফৰ দলে তীস্তা নদীৰ অৱবাহিকাত বোকাময় মাটি আৰু তীব্ৰ পানীৰ সোঁতৰ মাজত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ছিকিমৰ এই বিধ্বংসী বানপানীত চাৰিজন জোৱানসহ কমেও ১৯ জন লোক নিহত হোৱাৰ লগতে ১০০ৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে ।

ইপিনে, উদ্ধাৰ হোৱা মৃতদেহৰ ভিতৰত চাৰিজন জোৱান আৰু দুজন সাধাৰণ নাগৰিকক চিনাক্ত কৰা হৈছে। ছিকিমৰ বিভিন্ন চিকিৎসালয়ত ২৬জন আহত লোক চিকিৎসাধীন হৈ আছে।

শেহতীয়াভাৱে লাচেন আৰু লাচুঙত প্ৰায় ৩ হাজাৰ লোক আঘাতপ্ৰাপ্ত হোৱাৰ কথা উ ল্লেখ কৰি ৰাজ্যৰ মুখ্য সচিব বিজয় ভূষণ পাঠকে বৃহস্পতিবাৰে সন্ধিয়া কয়, “…তাত ৭০০-৮০০ চালক আবদ্ধ হৈ আছে। মটৰ চাইকেলেৰে তালৈ যোৱা ৩১৫০ জন লোকো তাত আবদ্ধ হৈ আছে…সেনা আৰু বায়ুসেনাৰ হেলিকপ্টাৰেৰে আমি সকলোকে উ লিয়াই আনিম।” সেনাবাহিনীৰ সহায়ত ভইচ অভাৰ ইণ্টাৰনেট কলৰ জৰিয়তে তেওঁলোকক পৰিয়ালৰ সৈতে কথা পাতিবলৈ দিয়া হৈছে বুলিও তেওঁ কয়।

Apply Now

লগতে পঢ়কঃ জম্মু-কাশ্মীৰৰ ৰাজৌৰী সেনা শিবিৰত সহকৰ্মীৰ ওপৰত গুলীচালনা সেনা মেজৰৰ, আহত ৬ জন

এই পৰ্যন্ত মুঠ ২০১১ জন লোকক উদ্ধাৰ কৰাৰ বিপৰীতে বিদেশীকে ধৰি ৩,০০০ পৰ্যটক এই দুৰ্যোগৰ মাজতে ৰাজ্যত আবদ্ধ হৈ আছে। ছিকিম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বুলেটিনযোগে প্ৰকাশ কৰা অনুসৰি প্ৰায় ২২,০৩৪ জন লোক এই দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

আৱদ্ধ হৈ থকা পৰ্যটকসকলক চৰকাৰে মংগনলৈকে বিমানেৰে উঠাই নিয়াৰ পৰিকল্পনা কৰিছে, তাৰ পৰা পথেৰে ছিকিমলৈ অনা হ’ব বুলি মুখ্য সচিব পাঠকে কয়। সংযোগ বিঘ্নিত, আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি আৰু প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰৰ প্ৰচেষ্টা লেহেমীয়া হৈছে।

পাঠকে লগতে কয় যে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত অন্যতম চিংটাম চহৰৰ পানী আৰু বিদ্যুৎ সেৱাৰ পুনৰুদ্ধাৰৰ কাম সম্পূৰ্ণ হৈছে। তথ্য অনুসৰি ক্ষতিগ্ৰস্ত চাৰিখন জিলা চিংটাম, মংগন, নামচি আৰু গেংটকত কেঁচা আৰু কংক্ৰিটৰ প্ৰায় ২৭৭টা ঘৰ ধ্বংস হৈছে।

লগতে পঢ়কঃ আহমেদাবাদত কিৱি ধুমুহা! বিধ্বস্ত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড

ক্ষতিগ্ৰস্ত লোকসকলক বিভিন্ন অঞ্চলৰ ২৬টা সাহায্য শিবিৰলৈ স্থানান্তৰ কৰা হৈছে য’ত তেওঁলোকক সাহায্য প্ৰদান কৰা হৈছে।

জাৰি কৰা হৈছে হেল্পলাইন নম্বৰ

ছিকিম চৰকাৰী হেল্পলাইন নম্বৰ হৈছে ০৩৫৯২-২০২৮৯২ – লেণ্ডলাইন; ০৩৫৯২-২২১১৫২ – লেণ্ডলাইন; ৮০০১৭৬৩৩৮৩ – মোবাইল; ০৩৫৯২-২০২০৪২ – ফেক্স; বা জৰুৰীকালীন সহায়ৰ বাবে ‘১১২’ ফোন কৰক।

ভাৰতীয় সেনাৰ জোৱানকে ধৰি ছিকিমত নিৰুদ্দেশ হোৱা লোকৰ পৰিয়ালৰ বাবে তিনিটা হেল্পলাইনঃ উত্তৰ ছিকিমত – ৮৭৫০৮৮৭৭৪১ ডায়েল কৰক; পূব ছিকিমৰ বাবে – ৮৭৫৬৯৯১৮৯৫;  আৰু ২২ জন নিৰুদ্দেশ হোৱা সৈনিকৰ সৈতে জড়িত সোধা-পোছাৰ বাবে হেল্পলাইন নম্বৰ – ৭৫৮৮৩০২০১১।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd