• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীৰ ভয়াবহ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ৪৩ জনলৈ বৃদ্ধি; ফিল্মিস্তান অঞ্চলত ধোঁৱাৰ কুঁৱলী

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , December 8, 2019 12:34 pm

2 min read

delhi_fire_750_1575783651_618x347
454
VIEWS
Share on FacebookShare on Twitter

ৰাজধানী দিল্লীৰ ৰাণী ঝান্সি ৰোডত থকা পাচলিৰ বজাৰত দেওবাৰে পুৱা সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ৪৩ জনলৈ বৃদ্ধি পাইছে।

অগ্নিকাণ্ডটো সংঘটিত হোৱা গোটেই ফিল্মিস্তান অঞ্চলটো ধোঁৱাৰ কুঁৱলীৰে আছন্ন হৈ পৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বৰ্তমানলৈ ৪৩জন লোকৰ মৃত্যু ঘটিছে আৰু আন বহুকেইজন লোক গুৰুতৰভাৱে আহত হৈছে। গুৰুতৰভাৱে আহতসকলৰ মাজক ১৫জন লোকৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।

দেওবাৰে পুৱা প্ৰায় ৫বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডটো শ্বৰ্ট ছাৰ্কিটৰ বাবেই হোৱা বুলি কোৱা হৈছে।

বৰ্তমান অগিন নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। অঞ্চলটোৰ পৰা আক্ৰান্ত লোকসকলক উদ্ধাৰ কৰা হৈছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি বিভিন্ন নেতাই টুইটাৰ যোগে ঘটনাটোত দুখ প্ৰকাশ কৰিছে।

The fire in Delhi’s Anaj Mandi on Rani Jhansi Road is extremely horrific. My thoughts are with those who lost their loved ones. Wishing the injured a quick recovery. Authorities are providing all possible assistance at the site of the tragedy.

— Narendra Modi (@narendramodi) December 8, 2019

জানিব পৰা মতে, পাচলিৰ বজাৰত থকা এটা অট্টালিকাত অগ্নিকাণ্ডটো সংঘটিত হয়। বজাৰখনত থকা এটা তিনিমহলীয়া অট্টালিকাত থকা বেকাৰীৰ ওপৰৰ মহলাত অগ্নিকাণ্ডটো সংঘটিত হয়।

অগ্নিকাণ্ডটো ইমানেই ভয়ংকৰ আছিল যে প্ৰায় ৩০খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ যুদ্ধকালীন তৎপৰতাৰে নামি পৰে।

ঘটনাৰ পাছতে আহত লোকসকলক হাস্পাতললৈ প্ৰেৰণ কৰা হয়। আহতসকলক চাৰিখন বেলেগ বেলেগ বেলেগ হাস্পাতললৈ প্ৰেৰণ কৰা হয়।

আহতসকলক আৰ এম এল, এল এন জি পি, হিন্দু ৰাও আৰু ছফদৰজং হাস্পাতলত ভৰ্তি কৰা হৈছে।

Recent News

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd