• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম : বানপানীত মৃত্যুৰ সংখ্যা ৬৬ জনলৈ বৃদ্ধি, ক্ষতিগ্ৰস্ত প্ৰায় ২৩ লাখ লোক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 8, 2024 11:10 am
337
VIEWS
Share on FacebookShare on Twitter

ক্ৰমাৎ অৱনতি ঘটিছে অসমৰ বান পৰিস্থিতি। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি বানপানীত আৰু ৮ জন লোকৰ মৃত্যু হোৱাৰ পিছত মৃত্যুৰ সংখ্যা ৬৬ জনলৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছে ধুবুৰী আৰু নলবাৰী জিলাৰ দুজনকৈ, আৰু কাছাৰ, গোৱালপাৰা, ধেমাজি, আৰু শিৱসাগৰৰ এজনকৈ লোক।

খবৰ অনুসৰি ৰৌমাৰী পথাৰৰ প্ৰায় ৫০০ পৰিয়ালে গৰাখহনীয়া আৰু বানপানীৰ ফলত ঘৰ-দুৱাৰ আৰু খেতি-মাটি হেৰুৱাইছে পেলাইছে।

আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলৰ ভিতৰত অন্যতম বৰপেটা জিলাত ১৭৯খন গাঁও প্লাৱিত হোৱাৰ ফলত প্ৰায় ১ লাখ ৪০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে।

বানৰ ফলত কৃষি খণ্ডতো যথেষ্ট প্ৰভাৱ পৰিছে। সমগ্ৰ ৰাজ্যতে ৬৩,৪৯০ হেক্টৰতকৈ অধিক শস্য বানত ডুব গৈছে।

কেৱল ধুবুৰী জিলাতেই ৭ লাখ ৭৫ হাজাৰ ৭২১ জন বাসিন্দা বানপানীৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে।

চৰকাৰী তথ্য অনু্সৰি, অসমৰ ৩০ খন জিলাৰ ২০ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে।

ইফালে এই বানত অকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে ১১৪ টা বন্যপ্ৰাণীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

Recent News

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে উপকাৰী ৫ টা খাদ্য: পঢ়ক সবিশেষ…

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

‘শৃংখল চলিহা আৰু বীৰ লাচিত সেনাৰ ডাঙৰ মানুহৰ লগত যুদ্ধ কৰিবলৈ সাহস নাই’, কৃষক নেতা বিদ্যুৎ শইকীয়াৰ মন্তব্য

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰৰ আলহী হ’ল সুন্দৰী!

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান ধ্বংস কৰিছিল! সেনাপ্ৰধানৰ মন্তব্যত দেশজুৰি তোলপাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd