• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিৰোধী দলপতিৰ মৰ্যাদা হেৰুৱালে দেৱব্রত শইকীয়াই; কংগ্ৰেছৰ বাবে বেয়া খৱৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2021 9:58 am
Debabrata-Saikia8-768x469

দেৱব্ৰত শইকীয়া। ফাইল ফটো।

342
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ অসমত কংগ্ৰেছ দলটো দিনক দিনে নিশকটীয়া হৈ পৰা দেখা গৈছে। দলটোক এতিয়া সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ বাবে এগৰাকী বলিষ্ঠ নেতাৰ অভাৱ যেন স্পষ্ট হৈ পৰিছে।

ইপিনে, বিধানসভাত বিৰোধী দলপতিৰ মর্যাদা হেৰুৱালে বিধায়ক দেৱব্রত শইকীয়াই। নির্দিষ্ট হাৰতকৈ বিধানসভাত কংগ্রেছ দলৰ সদস্য হ্রাস পোৱাৰ বাবেই দেৱব্রত শইকীয়াই বিৰোধী দলপতিৰ মর্যাদা হেৰুৱাব লগা হয়।

সোমবাৰে অসম বিধানসভাই আনুষ্ঠানিকভাৱে এই কথা জানিবলৈ দিয়ে।

শেহতীয়াকৈ বিধায়ক অজন্তা নেওগ আৰু ৰাজদীপ গোৱালাই কংগ্রেছ দল ত্যাগ কৰাত বিধানসভাত বিৰোধী দলৰ থাকিব লগা সদস্যৰ সংখ্যা হ্রাস পাইছে।

এনে পৰিপ্ৰেক্ষিততে অসম বিধানসভা কর্তৃপক্ষই এক আনুষ্ঠানিক জাননীযোগে দেৱব্রত শইকীয়াৰ বিৰোধী দলপতিৰ মর্যাদা কর্তন কৰিছে।

১জানুৱাৰীৰ পৰাই কার্যকৰী হোৱাকৈ বিধানসভা কর্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত শইকীয়াই বিৰোধী দলপতিৰ মর্যাদা হেৰুওৱাৰ লগতে কেবিনেট মর্যাদাও হেৰুৱালে।

বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বাবে বেয়া খৱৰ হিচাপে পৰিগণিত হোৱা এই ঘটনাই দলটোক অহা দিনবোৰতে প্ৰত্যাহ্বানৰ মুখামুখি কৰি তুলিব।

কেবল বিধানসভাতে নহয়, ৰাজ্যখনত দলটোৰ সাংগঠনিক ভেটিও শেহতীয়াভাৱে দুৰ্বল হৈ পৰাটো ক্ৰমে স্পষ্ট ৰূপত ধৰা দিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd