• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এ কে-৪৭ দেখুৱাই ডিমা হাছাওত দেৱলাল গাৰ্লোছাৰ গুণ্ডাবাহিনীৰ ভীতি প্ৰদৰ্শন : অভিযোগ অসম জনজাতীয় পৰিষদৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 24, 2018 11:53 pm
Dima Hasao

হোটেল লেণ্ডমাৰ্কত অসম জনজাতি পৰিষদৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১১ আগষ্টত অসম জনজাতি পৰিষদে ডিমা হাচাওত শতাধিক লোকৰ সৈতে  ডিমা হাচাওৰ মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্লোছাৰ পদত্যাগ আৰু তেওঁক গ্ৰেপ্তাৰৰ দাবীৰে প্ৰতিবাদী সমদল বাহিৰ কৰিছিল। সেই প্ৰতিবাদী সমদলৰ পাছৰে পৰা অসম জনজাতি পৰিষদৰ সদস্যসকলৰ নিৰাপত্তা নাইকিয়া হৈছে বুলি আজি গুৱাহাটীৰ উলুবাৰীস্থিত হোটেল লেণ্ডমাৰ্কত এখন সংবাদমেল যোগে অভিযোগ আনিলে অসম জনজাতি পৰিষদে।

ডিমা হাছাও জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহীজনৰ সদস্যৰ গুণ্ডাবাহিনীয়ে অসম জনজাতি পৰিষদৰ ফিৰোজ লাংথাচা নামৰ নেতাজনক এ কে ৪৭ পিষ্টলেৰে ভীতি প্ৰদৰ্শন কৰা বুলি অভিযোগ আনিছে পৰিষদে। আজিৰ সংবাদমেলত উপস্থিত থকা ফিৰোজ লাংথাছাই এই কথা জানিবলৈ দিয়ে।

Apply Now

আনহাতে, পৰিষদৰ সাধাৰণ সম্পাদক জেদ নুনিছাই আৰক্ষীৰ সহায়তহে ডিমা হাচাওৰ পৰা গুৱাহাটীলৈকে আহি সংবাদমেলৰ আয়োজন কৰা বুলি উক্ত সংবাদমেলত উল্লেখ কৰে।

তাৎপয্যপূৰ্ণভাৱে যোৱা স্বাধীনতা দিৱসৰ দিনা মুখ্য কাৰ্য্যবাহী দেৱলাল গাৰ্লোছাই নিজেই তেওঁৰ ভাষণত তেওঁৰ সংগঠন নিণ্ডু লাংথাচাৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল বুলি ৰাজহুৱাভাৱে স্বীকাৰ কৰিছিল বুলি পৰিষদে সংবাদমেলত দাবী কৰে। লগতে গাৰ্লোছাৰ কেবিনেটৰে কাৰ্য্যবাহী সদস্য সুব্ৰত থাওচেনে ছ’চিয়েল মিডিয়াৰ জৰিয়তে দেবলাল নিজৰ পি এছ অ’ হত্যা তথা অন্য হত্যাকাণ্ডৰ সৈতে জড়িত থকা বুলি গুৰুতৰ অভিযোগ আনে।

আনহাতে, উক্ত সংবাদমেলত উপস্তিত থকা ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তম মুখ্য কাৰ্য্যবাহী সদস্য দেৱজিৎ থাওচেনে ডিমা-হাচাওৰ পৰিস্থিতি বৰ্তমান সময়ত অতি লজ্জাজনক বুলি দাবী কৰে।

তেওঁ লগতে কয় ‘ডিমা-হাচাওৰ জনসাধাৰণক তেওঁৰ ওচৰত উগ্ৰপন্থীৰ বল আছে বুলি ভয় খুৱাই আছে।’

আনহাতে, ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদখনৰ কাম-কাজ অত্যন্ত বেয়াৰ ফালে ঢাল খাইছে বুলি দাবী কৰাৰ লগতে দেবলাল গাৰ্লোছাৰ ওপৰত হত্যাৰ অভিযোগ উঠাটোও লজ্জাজনক কথা বুলি কয়।

তদুপৰি তেওঁ দেবলালে অতি সোনকালে পদত্যাগ কৰিব লাগে বুলি দাবী জনোৱাৰ লগতে কয় ‘তেওঁৰ লাজ নাই বাবে এতিয়াও বহি আছে।‘

তেওঁ লগতে কয় ‘আমি যদি তেওঁক নিজে নমাব লগীয়া হয়, তেন্তে তেওঁৰ বাবেই এইটো বহুত লজ্জাৰ কথা হ’ব।‘

আনহাতে, একেখন সংবাদমেলতে উপস্থিত থকা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য প্ৰকান্ত ৱাৰিয়াই জানিবলৈ দিয়া মতে ‘প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য এক্সন ডিমাছাই, যি বৰ্তমান জেইলত আছে, তেওঁ নিজেই আদালতত সাক্ষী দিছিল যে বৰ্তমানৰ মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্লোছাই নিণ্ডু লাংথাচাক গুলিয়াই হত্যা কৰিছিল।‘

গতিকে এই অভিযোগৰ প্ৰকৃত ন্যায় বিচাৰ দাবী কৰাৰ লগতে দেবলাল গাৰ্লোছাক গ্ৰেপ্তাৰ কৰিবৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd