• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি কেবিনেট বৈঠকত গ্ৰহণ কৰিলে কি কি সিদ্ধান্ত? চাওঁ আহক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 20, 2021 8:34 pm

1 min read

আজি কেবিনেট বৈঠকত গ্ৰহণ কৰিলে কি কি সিদ্ধান্ত? চাওঁ আহক
434
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠকত গ্ৰহণ কৰা কেইটামান সিদ্ধান্ত এনেধৰণৰ—

  • চাহ শ্ৰমিকৰ দৈনিক মজুৰিপূৰ্বৰ ১৬৭ টকাৰ পৰিৱৰ্তে ২১৭ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ।
  • ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ মজুৰি নিৰ্ণয়ৰ বাবে গঠন এজনীয়া কমিটী ৷ আয়ুক্ত সচিব জে বি এক্কাৰ নেতৃত্বত গঠিত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত নিৰ্ণয় হ’ব ক্ষুদ্ৰ শ্ৰমিকৰ মজুৰি ৷
  • ASDMAৰ অধীনত ডাটা অপাৰেটৰৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত।
  • ৫৮০ গৰাকী হাইস্কুল শিক্ষকৰ চা‍কৰি নিয়মীয়াকৰণ তথা ৫৭ খন স্কুলত কৰ্মৰত ১০১ গৰাকী কাৰিকৰী শিক্ষকৰ দৰমহা ২৮ হাজাৰলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ।

EuqtuGdVkAEbkxq

  • পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ১০ বছৰতকৈ বেছি বছৰ কাম কৰি থকা কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল ৬০ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত।
  • শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ নামত ২৮০ বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত।
  • বড়োলেণ্ডৰ বাবে সুকীয়া বিভাগ গঠনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷
  • ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ নামত কেবিনেটে ১০ বিঘা মাটি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
  • বিশেষ ভাৱে সক্ষম লোকৰ বাবে ৮ হাজাৰ হুইল চেয়াৰ কিনিব চৰকাৰে ৷

Recent News

accident jaiguru

আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজন গুৰুতৰভাৱে আহত

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd